লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: মেনুৱেল ৰিভাৰ্ট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
76 নং শাৰী:
 
== চমু জীৱনী ==
তেখেতৰ জন্ম, তাৰিখ, ২৪ নবেম্বৰ, ১৬২২। তেওঁৰ দেউতাক আছিল ম'-ছাই চেংমোমাই কালুকতামূলী বৰবৰুৱা যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰমোমাই তামূলী বৰবৰুৱা ৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref>। তেখেতৰ ভাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং।<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> জন্মসূত্ৰে তেওঁৰ নাম লা-চিত। {{citation needed}}
<!--[[চিত্ৰ:NDA pics 014.jpg|thumb|right|300px|লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি]]-->