লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
Important Changes
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
73 নং শাৰী:
| box_width =
}}
'''লাচিত বৰফুকন''' ({{lang-en|Lachit Borphukan}}) আছিল [[অসম]]ৰ আহোম ৰাজ্যৰ এজন ফুকনলুং। ১৬৭১১৬২১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল [[মোগল]] সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল।<ref>{{Cite web |date=2022-03-03 |title=Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat |url=https://indianexpress.com/article/explained/explained-ahom-warrior-lachit-borphukan-and-the-battles-of-alaboi-saraighat-7791371/ |access-date=2022-07-16 |website=The Indian Express |language=en}}</ref>[[শৰাইঘাটৰ যুদ্ধ]]ত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে [[অসম বুৰঞ্জী|অসমৰ বুৰঞ্জী]]ত তেখেতৰ নাম জিলিকি আছে।
 
লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২১৬৪২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। আন কিছু সূত্ৰৰ মতে তেখেতৰ জন্ম, তাৰিখ, ২৪ নবেম্বৰ, ১৬২২। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref>। তেখেতৰ ভাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং।<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> জন্মসূত্ৰে তেওঁৰ নাম লা-চিত। {{citation needed}}
 
== লাচিতৰ শিক্ষা গ্ৰহণ ==