প্ৰজনন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
 
==উদ্ভিদ==
কেৱল উচ্চ শ্ৰেণীৰ উদ্ভিদৰহে প্ৰজনন তন্ত্ৰ বুলি নিৰ্দিষ্ট তন্ত্ৰ থাকে। নিম্ন শ্ৰেণীৰ উদ্ধিদৰ কাণ্ড, পাত, শিপা আদি সকলোতে প্ৰজনন সংঘটিত হয়। সাধাৰণতে প্ৰজননৰ বাবে উদ্ভিদৰ ফুল ফুলে। ফুলত [[পৰাগ ৰেণু]], [[পৰাগ ধানী]], পুংদণ্ড, [[পৰাগ নলী]], ডিম্বক, স্ত্ৰীদণ্ড, গৰ্ভমুণ্ড, গৰ্ভাশয় আদি থাকে। ফুলৰ পৰা ফল আৰু বীজ সৃষ্টি হয়।
 
==প্ৰাণী==