অসমীয়া ভাষা আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

It is 1911 not 1912. In all books or internet or officially it is 1911.
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
16 নং শাৰী:
১৮৮৮ চনত [[কলিকতা]]ত অধ্যয়নৰত কেইগৰাকীমান মুষ্টিমেয় অসমীয়া ছাত্ৰয়ে অসমীয়াৰে ভাষাৰ উন্নয়নৰ বাবে [[অসমীয়া ভাষা উন্নতি সাধনী সভা]] গঠন কৰে।<ref name="ab">{{cite web|url=http://www.sarai.net/fellowships/independent/archival-submissions/fellowships-04-05/uddipan-dutta-the-growth-of-print-nationalism-and-assamese-identity-in-two-early-assamese-magazines/page-6|title=The Growth of Print Nationalism and Assamese Identity in Two Early Assamese Magazines|last=Dutta|first=Uddipan|publisher=Sarai|page=6|accessdate=4 April 2010|url-status=dead|archiveurl=https://web.archive.org/web/20131109001953/http://www.sarai.net/fellowships/independent/archival-submissions/fellowships-04-05/uddipan-dutta-the-growth-of-print-nationalism-and-assamese-identity-in-two-early-assamese-magazines/page-6|archivedate=9 November 2013|df=dmy-all}}</ref> তেওঁলোকৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত [[জোনাকী (আলোচনী)|জোনাকী]] আলোচনী প্ৰকাশিত হয় আৰু অসমীয়া সাহিত্যত 'জোনাকী যুগ'ৰ সূচনা হয়।
 
১৯০৩-০৫ চনত বংগ ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাইছৰয় লৰ্ড কাৰ্জনৰ বংগক বিভাজিত কৰি পশ্চিমে হিন্দু অধ্যুষিত অঞ্চল আৰু পূবে মুছলমান অধ্যুষিত অঞ্চলত ভাগ কৰা সিদ্ধান্তৰ বাবে দুয়োপক্ষৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। এই সিদ্ধান্ত মৰ্মে অসম প্ৰদেশক মুছলমান সংখ্যাগৰিষ্ঠ থকা পূৰ্ব বংগৰ লগত সংযোগ কৰা বাবে অসমীয়া লোকসকলেও ইয়াৰ বিৰোধিতা কৰিছিল।<ref>Kalita Ramesh C., Situating Assamese Middle Classes, the Colonial Period, Bhabani Prints and Publications, Guwahati, 2011.</ref> এই সিদ্ধান্ত ১৯১২১৯১১ চনত উঠাই লোৱা হয় আৰু অসমক পূৰ্বৰ চীফ কমিছনাৰ প্ৰভিন্সৰ ঘূৰাই দিয়া হয়।
 
==চৰকাৰী ভাষা আন্দোলন==
{{main|চৰকাৰী ভাষা আন্দোলন (অসম)}}