বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বৰ্ণশুদ্ধি ইত্যাদি
1 নং শাৰী:
{{ infobox writer
| name = ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
| image = birendra_kumar_bhattacharya.jpg
| imagesize = 200px
36 নং শাৰী:
}}
 
ডঃড° '''বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্য''' (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক ৷ তেওঁ ১৯৭৯ চনত "[[মৃত্যুঞ্জয়]]" উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল <ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref>৷ তেওঁ ১৯৬১ চনত "[[ইয়াৰুইংগম]]" গ্ৰন্থৰ বাবে [[সাহিত্য একাডেমী বঁটা]]ও লাভ কৰিছিল <ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref>। ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায় <ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref>। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল ৷
 
==চমু জীৱনী==
81 নং শাৰী:
*বাহিয়া যাত্ৰা
 
==ড° ভট্টাচাৰ্যৰ সাহিত্যৰ সমালোচনা==
তেওঁৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়৷ [[বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণু ৰাভা]] এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাৱে চিত্ৰিত হৈছে ৷ বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ ৷ তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে ৷ তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে ৷ তেওঁৰ আটাইবোৰ গল্পতে গভীৰ মানৱতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছে ৷ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহুৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাৱে ফুটি উঠিছে ৷ সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে ৷ তেওঁৰ ''মৃত্যুঞ্জয়'', ''আই'' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপন কৰিছে <ref>সঞ্চয়ন- ড০ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)</ref><ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড০ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)</ref>৷
 
==স্বীকৃতি আৰু সন্মান==