চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Fixed typo
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
Fixed typo
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
31 নং শাৰী:
 
==চৰাইদেউ নামৰ উৎপত্তি==
চৰাইদেউ নামৰ উৎপত্তি [[আহোম ভাষা|টাই আহোম ভাষাৰ]] শব্দ চে-ৰাই-ডয় পৰা হৈছে। ‌ লিখিত‌লিখিত আছে যে [[চুকাফা|স্বৰ্গদেউ চ্যাওচাও-লুং-চ্যুকাফাইচ্যুকাফা]] [[পাটকাই|পাটকাই পাহাৰ]] বগাই চৰাইদেউত বাহৰ পাতিছিল। ‌ চৰাইদেউচৰাইদেউৰ সৌন্দৰ্য্যত মোহগ্ৰস্থহৈমোহগ্ৰস্থ চ্যাওহৈ চাও-লুং-চ্যুকাফাই চে-তাম-ডয় নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ জিলিকা চহৰ (চে=চহৰ, ৰাই=জিলিকা, ডয়=পাহাৰ)। এই চে-ৰাই-ডয় পৰৱৰ্তীকালতপৰৱৰ্তী কালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে। ‌
 
==যাতায়ত==
===স্থলপথ===
ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনিত বহুতো আহোম ৰজাদিনীয়া পথ আছে। মুখ্য পথৰূপে [[ধোদৰ আলি]] পথটি ব্যৱহাৰ কৰা হয়। ই [[শিৱসাগৰ জিলা]], [[গোলাঘাট জিলা]], [[নাজিৰা]], [[বালিঘাট]], [[শিমলুগুৰি, শিৱসাগৰ|শিমলুগুৰি]], [[নামৰূপ]]ক সংযোগ কৰিছে। তদুপৰি ধোদৰ আলিয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকো সংযোগ কৰিছে। ‌ ইতিহাস মতেইতিহাসমতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত [[পাইক প্ৰথা]] বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ [[গদাধৰ সিংহ]]ই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা [[ডিব্ৰুগড় জিলা]]ৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি নাহৰ আলি সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
 
===ৰেলপথ===
শিমলুগুৰি জংচনজংশ্যন চৰাইদেউ জিলাৰ প্ৰধান ৰেলৰে'ল জংচন। ‌জংশ্যন। দূৰণিবতীয়া ৰেলসমূহৰে'লসমূহ শিমলুগুৰি জংচনতজংশ্যনত ৰয়। অন্য ষ্টেচনৰষ্টেশ্যনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেচনষ্টেশ্যন উল্লেখযোগ্য। এই ষ্টেচনতষ্টেশ্যনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটিইণ্টাৰচিটী এক্সপ্ৰেছ ৰেলহেৰে'লহে ৰয়।<ref name="ntes">{{cite web | url=https://enquiry.indianrail.gov.in/ntes/index.html | title=National Train Enquiry System | accessdate=7 July 2018}}</ref>
 
===বায়ুপথ===
ডিব্ৰুগড় জিলাৰ [[ডিব্ৰুগড় বিমানবন্দৰ|মোহনবাৰী বিমানবন্দৰ]] আৰু যোৰহাট জিলাৰ [[ৰৰৈয়া বিমানবন্দৰ|ৰৰৈয়া বিমাবন্দৰে]] চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে। ভাৰতৰ মুখ্য বিমান পৰিবহণ সংস্থাসমূহ যেনেযেনে— জেট এয়াৰৱেজ, জেট কনেক্ট, [[ইণ্ডিগ']], এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়। পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে। ‌ চাৰ্টাডচাৰ্টাৰ্ড বিমানসেৱাও উপলব্ধ। আন্তৰ্জাতিক বিমানবন্দৰ ৰূপেবিমানবন্দৰৰূপে [[গুৱাহাটী]] স্থিত [[লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ|লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে]] সেৱা আগবঢ়াই আহিছে। ‌
 
==পৰ্য্যটন==
[[File:Charaideo Maidam of Ahom Kings at Charaideo in Sivasagar, Assam 4.jpg|thumb|right|220px|চৰাইদেউ জিলাৰ বিখ্যাত [[মৈদাম|চৰাইদেউ মৈদাম]]]]
নকৈন-কৈ জিলাৰূপে ঘোষণাকৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল। বিভাজনৰ পাছত চৰাইদেউ জিলাত [[আহোম ৰাজ্য|আহোম সম্ৰাজ্যৰ]] প্ৰসাদ [[কাৰেংঘৰ]], এচিয়াৰ[[এছিয়া]]ৰ পিৰামিডৰূপে বিখ্যাত [[মৈদাম|চৰাইদেউ মৈদাম]], শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁও থাকি যায়। ‌
 
==তথ্য উৎস==