২৪ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
9 নং শাৰী:
* ১৯০৬ - '''[[জেমছ হেডলি ছেজ]]''', এগৰাকী ইংৰাজ লেখক আছিল। যদিও তেওঁৰ জন্মৰ নাম আছিল ৰেনে লজ ব্ৰাবাজন ৰেমণ্ড, তেওঁ জেমছ হেডলি চেজ, জেমছ এল ডচাৰ্টি, ৰেমণ্ড মাৰ্শ্বেল, আৰ ৰেমণ্ড আৰু এমব্ৰোছ গ্ৰাণ্টকে ধৰি তেওঁৰ বিভিন্ন ছদ্মনামৰ দ্বাৰা পাঠকসকলৰ মাজত পৰিচিত আছিল। তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰহস্যবাদী লেখকসকলৰ মাজৰ এজন আছিল। ৯০ টা শিৰোনামৰে গঠিত চেজৰ কেননে তেওঁক '''[[ইউৰোপ]]'''ত ৰহস্যবাদী লেখকৰ ৰজা হিচাপে খ্যাতি অৰ্জন কৰে। তেওঁ আন্তৰ্জাতিক ভাৱে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ লেখকসকলৰ মাজৰ এজন আছিল। আজিলৈকে তেওঁৰ ৫০ খন কিতাপৰ আধাৰত চলচ্চিত্ৰত নিৰ্মাণ কৰা হৈছে। মৃত্যু [[৬ ফেব্ৰুৱাৰী]], ১৯৮৫।
* ১৯২৪ - '''[[মহম্মদ ৰফি]]''', এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁক ভাৰতীয় উপ-মহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক হিচাপে গণ্য কৰা হয়। ৰফি তেওঁৰ বহুমুখী প্ৰতিভা আৰু কণ্ঠস্বৰৰ পৰিসৰৰ বাবে উল্লেখযোগ্য আছিল। তেওঁৰ কণ্ঠদান কৰা গীতবোৰ দেশপ্ৰেমমূলক, বিষাদৰ পৰা অত্যন্ত ৰোমান্টিক গীত, কাৱালীৰ পৰা গজল আৰু ভজনৰ পৰা শাস্ত্ৰীয় গীতলৈকে বিভিন্ন আছিল। চলচ্চিত্ৰ এখনৰ পৰ্দাত গীতটো লিপ-চিংক কৰা অভিনেতাজনৰ ব্যক্তিত্ব আৰু শৈলীত কণ্ঠ দান কৰাৰ ক্ষমতাৰ বাবে তেওঁ জনাজাত আছিল। তেওঁ ছয়টাকৈ '''[[ফিল্মফেয়াৰ বঁটা]]''' আৰু এটা '''[[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]]''' লাভ কৰে। ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে '''[[পদ্মশ্ৰী]]''' বঁটাৰে সন্মানিত কৰে। ২০০১ চনত হিৰো হোণ্ডা আৰু ষ্টাৰডাষ্ট আলোচনীৰ দ্বাৰা ৰফিক '''সহস্ৰাব্দৰ শ্ৰেষ্ঠ গায়ক''' উপাধিৰে সন্মানিত কৰা হয়। ২০১৩ চনত, '''ৰফিক চিএনএন-আইবিএনৰ জৰীপত হিন্দী চিনেমাৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠৰ বাবে ভোট দিয়া হৈছিল'''। মৃত্যু [[৩১ জুলাই]], ১৯৮০।
* ১৯৩৮ - '''[[সুপ্ৰভা দেৱী]]''', '''অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা'''। '''[[গুৱাহাটী]]'''ৰ বেলতলা ৰাজপৰিয়ালৰ স্বৰ্গীয় '''[[দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ]]'''ৰ সৈতে বিবাহৰ পিছত তেওঁ কেইবাখনো চুপাৰহিট বাণিজ্যিক অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা আৰু বিতৰণত তেওঁৰ স্বামীৰ সৈতে জড়িত আছিলআছিল। আৰুঅসমীয়া চলচ্চিত্ৰ যোগ-বিয়োগ(১৯৭০), তৰামাই(১৯৭২), মৰমী(১৯৭৬), ৰাংঢালী(১৯৭৯) নিৰ্মাণআৰু কৰিছিল।নয়নমণি (১৯৮৪ চনত অসমীয়া চলচ্চিত্ৰ '''নয়নমণি''') পৰিচালনাৰে তেওঁ প্ৰথম অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিগণিত হয়। তেওঁকঅসমীয়া চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ এই অৱদানৰ বাবে ১৯৮৫ চনত অসম চৰকাৰে সন্মানীয় '''শিল্পী দিৱস বঁটা''' প্ৰদান কৰে। মৃত্যু [[১৪ জুন]], ২০১১।
* ১৯৪২ - [[ইন্দ্ৰ বণিয়া]], অসমৰ অভিনেতা।
* ১৯৫৬ - [[অনিল কাপুৰ]], ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।