২৬ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
==ঘটনাৱলী==
# ২০০৪ চনৰ আজিৰ দিনটোত দক্ষিণ তথা দক্ষিণ-পূব [[এছিয়া]]ত হোৱা প্ৰলয়ঙ্কাৰী [[ছুনামি]]ত কমেও দহ হেজাৰ লোকৰ মৃত্যু ঘটে।
===জন্ম===
* ১৭৯১ - [[চাৰ্লছ বেবেজ]], [[কম্পিউটাৰ]]ৰ পিতৃ পুৰুষ।
# ১৭৯১ চনৰ আজিৰ দিনটোত [[কম্পিউটাৰ]]ৰ পিতৃ পুৰুষ হিচাপে জনাজাত [[চাৰ্লছ বেবেজ]]ৰ জন্ম হৈছিল।
* ১৮৯৩ - [[মাও জে দঙ]], [[চীন]]ৰ [[মাওবাদী]] বিপ্লবৰ নেতা।
# [[চীন]]ৰ [[মাওবাদী]] বিপ্লবৰ নেতা [[মাও জে দঙ]]ৰ ১৮৯৩ চনৰ আজিৰ দিনটোত জন্ম হৈছিল।
* ১৮৯৯ - [[উধাম সিং]], ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
* ১৯১৮ - [[টি. এ. সৰস্বতী আম্মা]], ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
* ১৯২৯ - [[তাৰক মেহতা]], ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ।
* ১৯৮৫ - [[উদয়ন দুৱৰা]], ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
 
===মৃত্যু===