হেমকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
19 নং শাৰী:
| followed_by =
}}
'''হেমকোষ''' ({{lang-en|Hemkosh}}) [[হেমচন্দ্ৰ বৰুৱা]]ৰ দ্বাৰা প্ৰণিত [[অসমীয়া ভাষা]]ৰ প্ৰথম ব্যুৎপত্তিগত [[অভিধান]]। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু [[হেমচন্দ্ৰ গোস্বামী]]ৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত এই অভিধানত এহেজাৰ পৃষ্ঠা আৰু ২২,৩৪৬টা শব্দ আছিল। বৰ্তমান ইয়াত এক লাখতকৈও অধিক শব্দ সংযোগ কৰা হৈছে।<ref name="RCILT">[http://www.iitg.ernet.in/rcilts/dictionary.html RCILTS, IIT Guwahati<!-- Bot generated title -->]</ref> হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত নাতি [[দেৱানন্দ বৰুৱা]]ই হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি [[হেমকোষৰ প্ৰকাশন]]ৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে।<ref name="senti">{{cite web | url=http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=108348&dtP=2012-02-26&ppr=1 | title=Debananda Baruah dies at 89 | publisher=The Sentinel | date=February 25, 2012 | accessdate=February 28, 2012}}</ref>
 
==প্ৰণেতা==
"https://as.wikipedia.org/wiki/হেমকোষ"ৰ পৰা অনা হৈছে