৮ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=01}}
'''৮ জানুৱাৰী''' {{enwiki|8 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৮ম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন ([[অধিবৰ্ষ]]ত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
===ঘটনাৰাজী===
* ১৯১২ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
* ১৯১৮ - [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।
 
===জন্ম===
* ১৮৭২ - [[হেমচন্দ্ৰ গোস্বামী]], অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ [[২ মে']] তাৰিখে তেখেতৰ মৃত্যু হয়।
* ১৯৪২ - [[ষ্টিফেন হকিং]], বৃটেইনৰ প্ৰখ্যাত [[পদাৰ্থ বিজ্ঞান|পদাৰ্থ বিজ্ঞানী]]।
 
===মৃত্যু===
* ১৬৪২ - [[গেলিলিঅ' গেলিলি]], বিখ্যাত জ্যোতিৰ্বিদ।
 
==দিৱস==
 
== বাহ্যিক সংযোগ ==