দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
Fixed typo
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
15 নং শাৰী:
|relatedto = [[মহালয়া]], [[দশেৰা]], [[জগদ্ধাত্ৰী|জগদ্ধাত্ৰী পূজা]]
}}
[[File:Nabapatrika Snan on Saptami Morning Of Durgapuja.jpg|thumb|বড়িষা,কলকাতাৰ কলকাতায়বড়িষাৰ জলাশয়েজলাশয়ত নবপত্ৰিকানৱপত্ৰিকা স্নান]]
[[হিন্দু]] দেৱী [[দুৰ্গা]]ৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ '''দুৰ্গাপূজা''' বা '''দুৰ্গোৎসৱ'''। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]], [[ত্ৰিপুৰা]], [[বিহাৰ]], [[ঝাৰখণ্ড]] আৰু [[উৰিষ্যা]]ত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।