ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
23 নং শাৰী:
==জন্ম আৰু পৰিয়াল==
[[কামৰূপ জিলা|কামৰূপ জিলাৰ]] বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ
অসমীয়া চলচ্চিত্ৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এই বৰুৱা পৰিয়ালত এক সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল। সন্ধিয়া আটাইকেইজন ভাই-ভনী চৰাঘৰৰ মজিয়াত বহে, যেন সঙ্গীতৰহে আসৰ। ঘৰখনত এটা পুৰণি হাৰমনিয়াম আছিল। সকলোৱে হাৰমনিয়ামত স্বৰ টানিবলৈ চেষ্টা কৰে। নিপ বৰুৱাই বাঁহী, দ্বিবন বৰুৱাই তবলা বজায়; ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গায়। এটা শুৱলা কণ্ঠস্বৰৰ গৰাকী ব্ৰজেন বৰুৱাৰ মাতৃয়ে ভাত ৰান্ধোঁতে, বাচন ধোওঁতে, চোতাল সাৰোঁতে, তাঁত বওঁতে অনবৰত কিবা এটা গীত গুণগুণাই থাকে। পিছলৈ বৰুৱাই মাতৃৰ মুখত শুনা "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা" শীৰ্ষত [[লোকগীত|লোকগীতটো]] [[মুকুতা]] ছবিখনত অন্তৰ্ভুক্ত কৰে।<ref name="Nibharni" />
|