ৰমেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
22 নং শাৰী:
 
==জন্ম,পৰিয়াল আৰু শিক্ষা==
ৰমেন বৰুৱাৰ জন্ম হৈছিল ১৯৪০ চনৰ ৬ জুনত [[গুৱাহাটী]] লতাশিলত।লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্রনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেখেত দশম পুত্ৰ সন্তান। তেখেতৰ তিনিজন ককায়েক [[ব্ৰজেন বৰুৱা]], [[নিপ বৰুৱা]] আৰু [[দ্বিবন বৰুৱা]] পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।
 
ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্রাথমিক বিদ্যালয়ত। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্রিকুলেশন পৰীক্ষাত উত্তীর্ণ হৈ [[কটন কলেজ]]ত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পিছলৈ বি.বৰুৱা কলেজৰ পৰা বি.এ. পাছ কৰি তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।<ref name="কথা বৰেণ্য">{{cite book | title=কথা বৰেণ্য | publisher=কথা প্ৰকাশন | author=শোনিত বিজয় দাস, মুনীন বায়ন | authorlink=ৰমেন বৰুৱা | year=২০০৬ | pages=২১৮-২১৯ | isbn=৮১-৮৯১৪৮-১৪-১}}</ref>