ৰমেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
24 নং শাৰী:
ৰমেন বৰুৱাৰ জন্ম হৈছিল [[গুৱাহাটী]] লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্রনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেখেত দশম পুত্ৰ সন্তান। তেখেতৰ তিনিজন ককায়েক [[ব্ৰজেন বৰুৱা]], [[নিপ বৰুৱা]] আৰু [[দ্বিবন বৰুৱা]] পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।
 
ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্রাথমিক বিদ্যালয়ত। পিছত তেওঁ [[কটন কলেজিয়েট হাইস্কুলতহাইস্কুল]]ত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্রিকুলেশন পৰীক্ষাত উত্তীর্ণ হৈ [[কটন কলেজ]]ত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পিছলৈ [[বি.বৰুৱা কলেজৰকলেজ]]ৰ পৰা বি.এ. পাছ কৰি তেখেত [[গুৱাহাটী বিশ্ববিদ্যালয়তবিশ্ববিদ্যালয়]]ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।<ref name="কথা বৰেণ্য">{{cite book | title=কথা বৰেণ্য | publisher=কথা প্ৰকাশন | author=শোনিত বিজয় দাস, মুনীন বায়ন | authorlink=ৰমেন বৰুৱা | year=২০০৬ | pages=২১৮-২১৯ | isbn=৮১-৮৯১৪৮-১৪-১}}</ref>
 
==চলচ্চিত্ৰপঞ্জী<ref name="Pabitra">{{cite journal | title=অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল | author=পবিত্ৰ কুমাৰ ডেকা | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>==