সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''সময় অঞ্চল''' ({{lang-en|time zone}}) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নির্দিষ্ট এলেকা য’ত অন্তর্ভুক্ত দেশসমূহৰ স্থানীয় সময় একেই হয়| ওচৰা ওচৰি দুটা সময় স্থানৰ সময় ব্যৱধান সাধাৰণতে ১ (এক) এক ঘণ্টা মান হৈ থাকে। [[নিউয়র্ক]]ৰ পৰা [[নেভাডা]] পর্যন্ত [[মার্কিন যুক্তৰাষ্ট্র]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে| তেনেদৰে [[টৰণ্টো]], [[নিউয়র্ক]], [[ৱাচিংটন]], ডি.সি., [[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্রয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তর্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু [[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন। পূর্বে [[গ্রীণউইচ মান সময়]]ৰ ভিত্তিতেই সময়াঞ্চল বিভাজন কৰা হৈছিল| বর্তমানে আৰু নিখুঁত ভাৱে সময় পৰিমাপৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে যিটো ১৯৭২ চনৰ পৰা প্রচলিত হৈ আছে| ইয়াক "ইউনিভাৰ্চেল টাইম জ’ন" বা "ইউটি" বোলা হয় । [[ইংলেণ্ড]]ৰ গ্রীণউইচ হৈছে ইউটি-১| বিভিন্ন দেশৰ ”ডে-লাইট চেভিং” পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়| সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।
 
[[File:Standard time zones of the world.png|800px500px|centerright]]
[[File:UTC hue4map X world Robinson eng.png|thumb|right|500px|Map of Global Local Times, (including DST), ''as of September 2011'']]