ৰমেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
24 নং শাৰী:
'''ৰমেন বৰুৱা''' ({{lang-en|Ramen Baruah}}) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ [[ব্ৰজেন বৰুৱা|ব্ৰজেন বৰুৱাৰ]] সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা [[নিপ বৰুৱা]] পৰিচালিত ছবি [[আমাৰ ঘৰ|আমাৰ ঘৰত]] সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ [[ডক্তৰ বেজবৰুৱা|ডক্তৰ বেজবৰুৱাত]] তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল। তেখেতে মুঠতে ২৭খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি সোণমা আৰু [[ককাদেউতা নাতি আৰু হাতী|ককাদেউতা নাতি আৰু হাতীৰ]] [[বাংলা ভাষা|বাংলা]] ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত [[স্মৃতিৰ পৰশ]]। তেখেত [[গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ|গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ]] নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেখেত আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। [[কেশৱ মহন্ত]], [[অজিৎ বৰুৱা]], [[নৱকান্ত বৰুৱা]], সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীন গীতিকাৰৰ গীতত তেখেতে সুৰ দিছে। তেখেতে পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা [[অণিমা চৌধুৰী]], পাহাৰী দাস, যুথিকা চৌধুৰী, [[নীলিমা খাতুন]], কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেখেতৰ হাইস্কুলৰ সময়ৰ পৰাই সংগীতত ৰাপ আছিল। তেখেতে কৈশোৰ অৱস্থাতে [[ভাৰতীয় গণনাট্য সংঘ|ভাৰতীয় গণনাট্য সংঘৰ]] সৈতে জড়িত হৈ পৰিছিল।<ref name="Arup">{{cite journal | title=ৰমেন বৰুৱা আৰু নিউ আৰ্ট প্লেয়াৰ্চ | author=অৰূপ চক্ৰৱৰ্তী | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref><ref name="Pabitra"/><ref name="Tafajjul">{{cite journal | title=সংগীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা | author=তফজ্জুল আলী | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>
 
==চমু জীবনী==
==জন্ম,পৰিয়াল আৰু শিক্ষা==
===জন্ম===
ৰমেন বৰুৱাৰ জন্ম হৈছিল [[গুৱাহাটী]] লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্রনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেখেত দশম পুত্ৰ সন্তান। তেখেতৰ তিনিজন ককায়েক [[ব্ৰজেন বৰুৱা]], [[নিপ বৰুৱা]] আৰু [[দ্বিবন বৰুৱা]] পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।
 
===শিক্ষা===
ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্রাথমিক বিদ্যালয়ত। পিছত তেওঁ [[কটন কলেজিয়েট হাইস্কুল]]ত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্রিকুলেশন পৰীক্ষাত উত্তীর্ণ হৈ [[কটন কলেজ]]ত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পিছলৈ [[বি.বৰুৱা কলেজ]]ৰ পৰা বি.এ. পাছ কৰি তেখেত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।<ref name="কথা বৰেণ্য">{{cite book | title=কথা বৰেণ্য | publisher=কথা প্ৰকাশন | author=শোনিত বিজয় দাস, মুনীন বায়ন | authorlink=ৰমেন বৰুৱা | year=২০০৬ | pages=২১৮-২১৯ | isbn=৮১-৮৯১৪৮-১৪-১}}</ref>