ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
19 নং শাৰী:
| website =
}}
[[চিত্ৰ:Well Known Director.jpg|thumb]]
'''ব্ৰজেন বৰুৱা''' ({{lang-en|Brajen Baruah}}, চমুকৈ '''ব্ৰজ'''; ২৭ ফেব্ৰুৱাৰী, ১৯২৫ – ২৮ জুন, ১৯৭২)<ref name=shiv>বৰুৱা, শিৱনাথ. ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ২০০২, পৃ: ১৬৯-৭০</ref> [[অসমীয়া চলচ্চিত্ৰ]] জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তদুপৰি তেখেতে [[গুৱাহাটী]]ৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। তেখেত মুঠ ৫খন [[চলচ্চিত্ৰ]]ৰ পৰিচালক আৰু ৮খন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আছিল। আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা তেখেতৰ [[ডক্তৰ বেজবৰুৱা]] অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক মাইলৰ খুঁটিস্বৰূপ।<ref name="Ishan" /><ref name="Nayan" /><ref name="Pabitra" />
 
Line 168 ⟶ 169:
| [[ওপজা সোণৰ মাটি]] ||ব্ৰজেন বৰুৱা || ১৯৭২ ||চিত্ৰনাট্য
|-
| [[ৰজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)]] ||দ্বিবন বৰুৱা || ১৯৮০ ||চিত্ৰনাট্য
|}