১৭ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=01}}
'''১৭ জানুৱাৰী''' {{enwiki|17 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১৭ তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন ([[অধিবৰ্ষ]]ত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
===ঘটনাৰাজী===
===জন্ম===
# ১৯১৭ খৃঃ - এম জি ৰামাচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
# ১৯৪৫ খৃঃ - জাৱেদ আখতাৰ, বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ।
===মৃত্যু===
# ১৯৫১ খৃঃ - [[জ্যোতিপ্ৰসাদ আগৰৱালা]], বিখ্যাত [[অসমীয়া]] সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম [[অসমীয়া চলচ্চিত্ৰ]] পৰিচালক।
# ২০১০ খৃঃ - জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা [[পশ্চিম বংগ]]ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।