সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
1 নং শাৰী:
[[File:UTC hue4map X world Robinson eng.png|thumb|right|500px|Map of Global Local Times, (including DST), ''as of September 2011'']]
[[File:Standard time zones of the world.png|thumb|500px|right]]
'''সময় অঞ্চল''' ({{lang-en|Time zone}}) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নির্দিষ্টনিৰ্দিষ্ট এলেকা য’ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।
 
পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্হানসমুহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন ''স্থানীয় সময়'' মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।
7 নং শাৰী:
ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। [[ভাৰত]], [[পাকিস্থান]] আৰু [[বাংলাদেশ]]ৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘন্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে।
 
[[নিউয়র্ক]]ৰ পৰা [[নেভাডা]] পর্যন্তপৰ্যন্ত [[আমেৰিকা|মার্কিন যুক্তৰাষ্ট্র]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে [[টৰণ্টো]], [[নিউয়র্ক]], [[ৱাচিংটন]], ডি.চি., [[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্রয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তর্ভুক্ত।অন্তৰ্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু [[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন। পূর্বেপূৰ্বে [[গ্রীণউইচ মান সময়]]ৰ ভিত্তিতেই সময়াঞ্চল বিভাজন কৰা হৈছিল। বর্তমানেবৰ্তমানে আৰু নিখুঁত ভাৱে সময় পৰিমাপৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে যিটো ১৯৭২ চনৰ পৰা প্রচলিতপ্ৰচলিত হৈ আছে। ইয়াক "ইউনিভাৰ্চেল টাইম জ’ন" বা "ইউটি" বোলা হয়। [[ইংলেণ্ড]]ৰ গ্রীণউইচগ্ৰীণউইচ হৈছে ইউটি-১। বিভিন্ন দেশৰ ”ডে-লাইট চেভিং” পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।