সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
র -> ৰ
7 নং শাৰী:
ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। [[ভাৰত]], [[পাকিস্থান]] আৰু [[বাংলাদেশ]]ৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘন্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে।
 
[[নিউয়র্কনিউয়ৰ্ক]]ৰ পৰা [[নেভাডা]] পৰ্যন্ত [[আমেৰিকা|মার্কিনমাৰ্কিন যুক্তৰাষ্ট্রযুক্তৰাষ্ট্ৰ]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে [[টৰণ্টো]], [[নিউয়র্কনিউয়ৰ্ক]], [[ৱাচিংটন]], ডি.চি., [[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্রয়েটডেট্ৰয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু [[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন। পূৰ্বে [[গ্রীণউইচগ্ৰীণউইচ মান সময়]]ৰ ভিত্তিতেই সময়াঞ্চল বিভাজন কৰা হৈছিল। বৰ্তমানে আৰু নিখুঁত ভাৱে সময় পৰিমাপৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে যিটো ১৯৭২ চনৰ পৰা প্ৰচলিত হৈ আছে। ইয়াক "ইউনিভাৰ্চেল টাইম জ’ন" বা "ইউটি" বোলা হয়। [[ইংলেণ্ড]]ৰ গ্ৰীণউইচ হৈছে ইউটি-১। বিভিন্ন দেশৰ ”ডে-লাইট চেভিং” পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।
 
 
26 নং শাৰী:
[[bg:Часова зона]]
[[bn:সময় অঞ্চল]]
[[bpy:সময়রসময়ৰ লয়া]]
[[bs:Vremenska zona]]
[[ca:Zona horària]]