২১ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=01}}
'''২১ জানুৱাৰী''' {{enwiki|21 January}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২১ তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন ([[অধিবৰ্ষ]]ত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
 
===ঘটনাৰাজী===
#* ১৯৩০ চনৰ আজিৰ দিনটোত- [[প্লুটু গ্ৰহ]] আৱিষ্কাৰ হৈছিল।
#* ১৯৫৮ চনৰ আজিৰ দিনটোত- ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল
#* ১৯৭২ চনৰ আজিৰ দিনটোত- [[উত্তৰ-পূৱ ভাৰত]]ৰ ৰাজ্য [[মণিপুৰ]] আৰু [[ত্ৰিপুৰা]] প্ৰতিষ্ঠা হৈছিল।
#* ১৯৭২ চনৰ আজিৰ দিনটোতে- ‘‘[[নেফা]]’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।
#* ১৯৯৪ চনৰ আজিৰ দিনটোত- [[কাছাৰ]]ৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়।
#* ২০০৮ বৰ্ষৰ আজিৰ দিনটোত- উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]] প্ৰতিষ্ঠা হৈছিল
===জন্ম===
 
===মৃত্যু===
#* ১৭৯৩ চনৰ আজিৰ দিনটোতে- ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।
# ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা [[লেনিন]]ৰ মৃত্যু হৈছিল।
#* ১৯৫০১৯২৪ চনৰ- আজিৰৰুছ দিনটোতবিপ্লৱৰ ইংৰাজনেতা ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ[[লেনিন]]ৰ মৃত্যু হৈছিল।
* ১৯৫০ - ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল।
#* ১৯৭৭ আজিৰ দিনটোত- মৃত্যু হৈছিল [[গজেন বৰুৱা]]ৰ। তেখেতে নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল।
#* ১৯৮১ চনৰ আজিৰ দিনটোত- অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, [[বিষ্ণুৰাম মেধি]]ৰ মৃত্যু হৈছিল।
 
==দিৱস==
 
== বাহ্যিক সংযোগ ==