২১ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
* ১৯৯৪ - [[কাছাৰ]]ৰ শিলচৰত [[অসম বিশ্ববিদ্যালয়]] মুকলি হয়।
* ২০০৮ - উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল [[নিউজ লাইভ]] প্ৰতিষ্ঠা হৈছিল
 
==জন্ম==
* ১৯৩০ - [[কমলেন্দু দেৱ ক্ৰৰী]], ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ।
* ১৯৩৮ - [[কুল বৰুৱা]], অসমীয়া গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক।
* ১৯৪৩ - [[প্ৰতিভা ৰায়]], ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ।
* ১৯৬০ - [[অতুল পাচনী]], অসমীয়া অভিনেতা।
* ১৯৭৯ - [[জোহান হৰি|জোহান এডয়াৰ্ড হৰি]], ব্ৰিটিছ-ছুইজাৰলেণ্ডৰ লেখক আৰু সাংবাদিক।
* ১৯৮৬ - [[সুশান্ত সিং ৰাজপুত]], ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা তথা নৃত্যশিল্পী।
 
==মৃত্যু==
Line 18 ⟶ 25:
* ১৯৭৭ - [[গজেন বৰুৱা]], অসমীয়া নৃত্যশিল্পী।
* ১৯৮১ - [[বিষ্ণুৰাম মেধি]], অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা।
* ২০১৬ - [[মৃণালিনী সাৰাভাই]], ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।
 
==দিৱস==
* পতাকা দিৱস ([[কুইবেক]])।
 
== বাহ্যিক সংযোগ ==