লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2+) (Robot: Removing sr:Линукс
র -> ৰ
44 নং শাৰী:
[[File:Ubuntu 11.10 Final.png|thumb|left|'''[[ইউবাণ্টু]]''', লীনাক্সৰ এক জনপ্ৰিয় ডিষ্ট্ৰীবিউশ্যন]]
 
===বিভিন্ন সমজুৱা ডিষ্ট্রীবিউশ্যনসমূহডিষ্ট্ৰীবিউশ্যনসমূহ===
 
এনেধৰণৰ ডিষ্ট্রীবিউশ্যনসমূহডিষ্ট্ৰীবিউশ্যনসমূহ সাধাৰণতে ইন্টাৰনেটৰ জৰিয়তে মিভিন্ন স্বেচ্ছাসেৱক ব্যক্তি, গোট বা কোম্পানীয়ে যুটীয়াভাৱে প্রস্তুতপ্ৰস্তুত কৰা। [[জী এন ইউ]] বা তেনেজাতী্য লাইচেণ্সৰ অধীনত ব্যৱহাৰ আৰু বিতৰণৰ বিশেষ বাধ্যবাধকতা নথকাকৈ এইবোৰ বিতৰণ কৰা হয়। তলত কিছুমান এনে ডিষ্ট্রীবিউশ্যনডিষ্ট্ৰীবিউশ্যন কিছুমানৰ বৰ্ণনা দিয়া হ'ল।
 
* '''আৰ্কলীনাক্স'''(Archlinux): এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
62 নং শাৰী:
সাধাৰণেত এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়।
[[File:Linux-Distribution en.svg|thumb|350px|components of a Linux distribution]]
===ব্যৱসায়ীক বা এন্টাৰপ্রাইজএন্টাৰপ্ৰাইজ ডিষ্ট্রীবিউশ্যনডিষ্ট্ৰীবিউশ্যন===
 
ব্যৱসায়ীক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ-বিয়োগ কৰি বিশিষ্ট গ্ৰাহক গোটৰ উপযোগী কৰি (customize) বিক্ৰি কৰা হয় মূল্যৰ বিনিময়ত এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়।
 
* '''ৰেডহেট এন্টাৰপ্রাইজএন্টাৰপ্ৰাইজ'''
* '''চিউচ (SUSE) এন্টাৰপ্রাইজএন্টাৰপ্ৰাইজ'''
 
===প'ৰ্টেবল বা লাইভ চিডি===
 
এইবোৰ ইউ এচ বি ড্রাইভড্ৰাইভ বা চিডীৰমৰ পৰা পোনেই বুট কৰি ব্যৱহাৰ কৰিব পৰাকৈ বনোৱা হয়। যেনে ন'পিক্স লাইভ ছিডি।
 
== লীনাক্সৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ ==
111 নং শাৰী:
===এম্‌বেডেড, মবাইল ইত্যাদি===
 
==লীনাক্স বনাম মাইক্রচফ্‌টমাইক্ৰচফ্‌ট উইণ্ড'জ বিতৰ্ক==
 
[[শ্ৰেণী:লীনাক্স]]
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে