প্ৰাকৃতিক দুৰ্যোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:419:B3E6:0:0:432:AD (আলোচনা)-ই কৰা 294167 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
I have added some contents for easily understand the natural Disaster and for a short note or essay
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
 
[[শ্ৰেণী:প্ৰাকৃতিক দুৰ্যোগ|*]]
প্ৰাকৃতিক দুৰ্যোগ হ'ল "প্ৰাকৃতিক বিপদৰ প্ৰকৃত সংঘটনৰ পিছত হোৱা নেতিবাচক প্ৰভাৱ যদিহে ই কোনো সম্প্ৰদায়ক যথেষ্ট ক্ষতি কৰে"।[1] প্ৰাকৃতিক দুৰ্যোগে জীৱন হেৰুৱাব পাৰে বা সম্পত্তিৰ ক্ষতি কৰিব পাৰে,[2] আৰু সাধাৰণতে ইয়াৰ পিছত কিছু অৰ্থনৈতিক ক্ষতিৰ সৃষ্টি হয়। ক্ষতিৰ ভয়াৱহতা প্ৰভাৱিত জনসংখ্যাৰ স্থিতিস্থাপকতা আৰু উপলব্ধ আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।[3] প্ৰাকৃতিক বিপদৰ উদাহৰণ হ’ল: হিমস্খলন, উপকূলীয় বানপানী, শীতল ঢৌ, খৰাং, ভূমিকম্প, শিলাবৃষ্টি, গৰমৰ ঢৌ, হাৰিকেন (গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ), বৰফৰ ধুমুহা, ভূমিস্খলন, বিজুলী, নদীৰ পাৰৰ বানপানী, প্ৰবল বতাহ, টৰ্নেডো, আমফান, চুনামী, আগ্নেয়গিৰিৰ কাৰ্যকলাপ , বনজুই, শীতকালীন বতৰ।[1]
---By JONAID AHMED