প্ৰাকৃতিক দুৰ্যোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সকলোৱে ভালকৈ বুজি পোৱাৰ বাবে improve কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Unreferenced}}
'''প্ৰাকৃতিক দুৰ্যোগ''' ({{lang-en|Natural Disaster}}) হ'ল একপ্ৰকাৰৰ প্ৰাকৃতিক ঘটনা, য'ত মানুহৰ আৰ্থ-সামাজিক ক্ষতি হয়; যদিও সেয়া স্বাভাৱিক প্ৰাকৃতিক ঘটনা হিচাপেই বিবেচিত, কিন্তু বহুত ক্ষেত্ৰত মানুহৰ কাম-কৰ্মৰ প্ৰভাৱে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাত এই ধৰণৰ ঘটনা ঘটি থাকে। সাধাৰণ ভাষাত, প্ৰাকৃতিক দুৰ্যোগ হ'ল স্বাভাৱিক প্ৰাকৃতিক নিয়মৰ ব্যতিক্ৰম।
 
প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা দুৰ্য্যোগ।" প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ লগতে আন বেলেগ প্ৰাণীৰো জীৱন হেৰুৱাব পাৰে বা সম্পত্তিৰ ক্ষতি কৰিব পাৰে, আৰু সাধাৰণতে ইয়াৰ পিছত কিছু অৰ্থনৈতিক ক্ষতিৰ সৃষ্টি হয়। অধিক জনসংখ্যা আৰু অট্টালিকা নিৰ্মাণৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ পৰা ক্ষতিও অধিক হৈছে। বৰ্তমান মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱাইছে যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে। ক্ষতিৰ ভয়াৱহতা প্ৰভাৱিত জনসংখ্যাৰ স্থিতিস্থাপকতা আৰু উপলব্ধ আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।প্ৰাকৃতিককৰে। প্ৰাকৃতিক বিপদৰ উদাহৰণ হ’ল: বানপানী, খৰাং, ভূমিকম্প, শিলাবৃষ্টি, হাৰিকেন (গ্রীষ্মমণ্ডলীয়গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ), বৰফৰ ধুমুহা, ভূমিস্খলন, বিজুলী, নদীৰ পাৰৰ বানপানী, প্ৰবল বতাহ, টৰ্নেডো, চুনামী, আগ্নেয়গিৰিৰ উদগিৰণ।উদ্গিৰণ।
[[শ্ৰেণী:প্ৰাকৃতিক দুৰ্যোগ|*]]
প্ৰাকৃতিক দুৰ্যোগ: সাধাৰণভাৱে ক'লে প্ৰকৃত পৰা সৃষ্টি হোৱা দুৰ্য্যোগ"। প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ লগতে আন বেলেগ প্ৰাণীৰো জীৱন হেৰুৱাব পাৰে বা সম্পত্তিৰ ক্ষতি কৰিব পাৰে, আৰু সাধাৰণতে ইয়াৰ পিছত কিছু অৰ্থনৈতিক ক্ষতিৰ সৃষ্টি হয়। অধিক জনসংখ্যাৰ
আৰু অট্টালিকা নিৰ্মাণৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ পৰা ক্ষতিও অধিক হৈছে। বৰ্তমান মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱাইছে যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে। ক্ষতিৰ ভয়াৱহতা প্ৰভাৱিত জনসংখ্যাৰ স্থিতিস্থাপকতা আৰু উপলব্ধ আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।প্ৰাকৃতিক বিপদৰ উদাহৰণ হ’ল: বানপানী, খৰাং, ভূমিকম্প, শিলাবৃষ্টি, হাৰিকেন (গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ), বৰফৰ ধুমুহা, ভূমিস্খলন, বিজুলী, নদীৰ পাৰৰ বানপানী, প্ৰবল বতাহ, টৰ্নেডো, চুনামী, আগ্নেয়গিৰিৰ উদগিৰণ।
---- জোনাইদ আহমেদ