পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
অ র -> ৰ |
||
1 নং শাৰী:
{{stub}}
[[File:The sun1.jpg|thumb|250px|[[সূৰ্য]] [[পৃথিৱী]]ৰ প্ৰধান পোহৰৰ উৎস]]
'''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' হৈছে মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয়
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে- তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূণ্যত ইয়াৰ বেগ হৈছে ২০,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ [[আপেক্ষিকতাবাদ সূত্ৰ]] অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
|