সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্হানসমুহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন ''স্থানীয় সময়'' মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।
 
ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। [[ভাৰত]], [[পাকিস্থান]] আৰু [[বাংলাদেশ]]ৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘন্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে। [[নিউয়ৰ্ক]]ৰ পৰা [[নেভাডা]] পৰ্যন্ত [[আমেৰিকা|মাৰ্কিন যুক্তৰাষ্ট্ৰ]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে [[টৰণ্টো]], [[নিউয়ৰ্ক]], [[ৱাচিংটন]], ডি.চি.,[[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্ৰয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু[[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন।
 
== নামকৰণ ==
[[নিউয়ৰ্ক]]ৰ পৰা [[নেভাডা]] পৰ্যন্ত [[আমেৰিকা|মাৰ্কিন যুক্তৰাষ্ট্ৰ]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে [[টৰণ্টো]], [[নিউয়ৰ্ক]], [[ৱাচিংটন]], ডি.চি., [[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্ৰয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু [[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন। পূৰ্বে [[গ্ৰীণউইচ মান সময়]]ৰ ভিত্তিতেই সময়াঞ্চল বিভাজন কৰা হৈছিল। বৰ্তমানে আৰু নিখুঁত ভাৱে সময় পৰিমাপৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে যিটো ১৯৭২ চনৰ পৰা প্ৰচলিত হৈ আছে। ইয়াক "ইউনিভাৰ্চেল টাইম জ’ন" বা "ইউটি" বোলা হয়। [[ইংলেণ্ড]]ৰ গ্ৰীণউইচ হৈছে ইউটি-১। বিভিন্ন দেশৰ ”ডে-লাইট চেভিং” পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।
 
ভূগোলকৰ পৃষ্ঠক লম্বভাবে ২৪ ভাগত ভাগ কৰি প্রত্যেক ভাগকে একোটা সময়াঞ্চল বোলা হয়। পূৰ্বে লণ্ডনৰ গ্ৰীণউইচ চহৰৰ মাজেৰে যোৱা ০ ডিগ্রী দ্রাঘিমাৰ [[গ্ৰীণউইচ মান সময়]] বা [[:en|GMT|GMT]] সময়ক আধাৰ কৰি ইয়াৰ পৰা সময়ৰ পাৰ্থক্য অনুসৰি GMT ± ঘণ্টা:মিনিট হিচাবে নাম দিয়া হৈছিল। বৰ্তমান গ্রীণউইচৰ আগৰ ১ ডিগ্রী পশ্চিম দ্রাঘিমা বা ''আন্তৰাষ্ট্রীয় তাৰিখ ৰেখাক'' আধাৰ কৰি নামকৰণ কৰা ''ইউনিভাৰ্ছেল টাইম'' বা UT -ৰ মতে গ্রীণউইচ দ্রাঘিমাত UT-১ বুলি ক্রমান্বয়ে সময়াঞ্চল বোৰ নামকৰণ কৰা হয়।
 
== ডে'লাইট চেভিং ==
 
বিভিন্ন দেশৰ ”ডে-লাইট চেভিং” পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।
 
=== অসমৰ বাগানীয়া সময় ===
 
==লগতে চাওক==