দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
==প্রয়োগ==
 
===যুক্তৰাষ্ট্র===
যুক্তৰাষ্ট্রত [[প্রথম বিশ্বযুদ্ধ]]ৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে| বিতর্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতর্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকার সমস্যা দূর ৰ কৰি ১৯৬৬ খ্ৰীস্টাব্দত যুক্তৰাষ্ট্রত কংগ্রেছ 'ইউনিফর্ম টাইম এ্যাক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যেৰ বাবে কেৱলমাত্র এক নির্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্র সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খ্ৰীষ্টাব্দত যুক্তৰাষ্ট্রত দিবালোক সংৰক্ষণ সময় [[এপ্রিল]] মাহৰ প্রথম [[ৰবিবাৰ]]ৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু [[অক্টোবৰ]] মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় <ref name="Encarta"/> |
 
===বাংলাদেশ===
২০০৯ চনৰ ২০ জুনলৈ [[বাংলাদেশ|বাংলাদেশত]] প্রথমবাৰৰ বাবে দিবালোক সংৰক্ষণ সময় (ডিএসটি) ব্যবহৃত হয়। কিন্তু এই নিয়ম দেশখনত জনপ্রিয় নহল আৰু পৰবৰ্তী চৰকাৰে আগৰ অৱস্থালৈ উভতাই নিয়ে। পৰবৰ্তী সময়ত এই দেশত পুনৰ দিবালোক সংৰক্ষণ সময় প্রবর্তনপ্রৱর্তন কৰা নহয়নহৱ বুলি চৰকাৰী সিদ্ধান্ত গৃহীত হয়।
 
==যুক্তি==