দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
 
 
'''দিবালোক সংৰক্ষণ সময়''' বা '''ডেলাইট চেভিং টাইম''' ({{lang-en|Daylight Saving Time}}), সংক্ষেপে '''ডিএসটি''' (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয় আৰু সূর্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে [[পৃথিৱী|পৃথিৱীৰ]] উত্তৰ গোলার্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। [[১৭৮৪]] খ্ৰীস্টাব্দতখৃষ্টাব্দত [[বেঞ্জামিন ফ্ৰেঙ্কলিন|বেঞ্জামিন ফ্ৰেঙ্কলিনে]] তেওঁৰ এটি খামখেয়ালিপূর্ণ প্রবন্ধত প্রথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবর্তি সময়ত এই ধাৰণাটি প্রথম ১৯০৭ খ্ৰীস্টাব্দতখৃষ্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্রিটিছ নির্মাতাই ''ওয়েস্ট অফ ডেলাইট (waste of Day light)'' নামৰ এক প্যামপ্লেটত।<ref name="Encarta">''Daylight Saving'', Microsoft Encarta Encyclopedia 2004 Deluxe, CD Version. পৰিদর্শনৰ তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১</ref>
 
==প্রয়োগ==
 
===যুক্তৰাষ্ট্র===
যুক্তৰাষ্ট্রত [[প্রথম বিশ্বযুদ্ধ]]ৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে| বিতর্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতর্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকার সমস্যা দূর ৰদূৰ কৰি ১৯৬৬ খ্ৰীস্টাব্দতখৃষ্টাব্দত যুক্তৰাষ্ট্রত কংগ্রেছ 'ইউনিফর্ম টাইম এ্যাক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যেৰঅঙ্গৰাজ্যৰ বাবে কেৱলমাত্র এক নির্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্র সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খ্ৰীষ্টাব্দতখৃষ্টাব্দত যুক্তৰাষ্ট্রত দিবালোক সংৰক্ষণ সময় [[এপ্রিল]] মাহৰ প্রথম [[ৰবিবাৰ]]ৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু [[অক্টোবৰ]] মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় <ref name="Encarta"/> |
 
===বাংলাদেশ===