দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 বাইট বিলোপ কৰা হ’ল ,  10 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
No edit summary
 
 
'''দিবালোক সংৰক্ষণ সময়''' বা '''ডেলাইট চেভিং টাইম''' ({{lang-en|Daylight Saving Time}}), সংক্ষেপে '''ডিএসটি''' (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয় আৰু সূর্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে [[পৃথিৱী|পৃথিৱীৰ]] উত্তৰ গোলার্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। [[১৭৮৪]] খৃষ্টাব্দত [[বেঞ্জামিন ফ্ৰেঙ্কলিন|বেঞ্জামিন ফ্ৰেঙ্কলিনে]] তেওঁৰ এটি খামখেয়ালিপূর্ণ প্রবন্ধত প্রথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবর্তি সময়ত এই ধাৰণাটি প্রথম ১৯০৭ খৃষ্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্রিটিছ নির্মাতাই ''ওয়েস্টৱেস্ট অফ ডেলাইট (waste of Day light)'' নামৰ এক প্যামপ্লেটত।<ref name="Encarta">''Daylight Saving'', Microsoft Encarta Encyclopedia 2004 Deluxe, CD Version. পৰিদর্শনৰ তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১</ref>
 
==প্রয়োগ==
29,728

টা সম্পাদনা