সম্পাদনা সাৰংশ নাই
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
||
'''দিবালোক সংৰক্ষণ সময়''' বা '''ডেলাইট চেভিং টাইম''' ({{lang-en|Daylight Saving Time}}), সংক্ষেপে '''ডিএসটি''' (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয় আৰু সূর্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে [[পৃথিৱী|পৃথিৱীৰ]] উত্তৰ গোলার্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়।
==প্রয়োগ==
|