দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
9 নং শাৰী:
 
==প্রয়োগ==
[[Image:Begin CEST Transparent.png|thumb|upright=0.67|alt=Diagram of a clock showing a transition from 2:00 to 3:00.| মধ্য ইউৰোপৰ য’ত ডিএসটি আৰম্ভ হয়, ঘড়ীক মধ্য ইউৰোপীয় সময় (CET) ৰাতি ২টা বজাৰ পৰা মধ্য ইউৰোপীয় গ্রীষ্মকালীন সময় (CEST) ৰাতি ৩টাত আগুৱাই দিয়া হয়।]]
 
[[Image:End CEST Transparent.png|thumb|upright=0.67|alt=Diagram of a clock showing a transition from 3:00 to 2:00.|মধ্য ইউৰোপ য’ত ডিএসটি শেষ হয়, ঘড়ীৰ সময়ক ৰাতি ৩টাত সিইএসটি পৰা ৰাতি ২টাত সিইটি পিছুৱাই নিয়া হয়। অন্যান্য অঞ্চলত বিভিন্ন সময়ত সলনি কৰা হয়।]]
 
দিবালোক সংৰক্ষণ সময় [[প্রথম বিশ্বযুদ্ধ]]ৰ পৰাই [[মার্কিন যুক্তৰাষ্ট্র]] আৰু অন্যান্য ইউৰোপীয় দেশবোৰত ব্যৱহাৰ কৰা হৈছিল, এই পদ্ধতিৰ আৰম্ভ হয় শক্তি উৎপাদনৰ দহন খৰছ কমোৱাৰ বাবে। কোনো কোনো অঞ্চলত পাছত প্রকৃত সময়লৈ উভতাই আনিলেও অনেক দেশে এই পদ্ধতিৰ ব্যৱহাৰ কৰি থাকে। [[দ্বিতীয় বিশ্বযুদ্ধ|দ্বিতীয় বিশ্বযুদ্ধৰ]] সময়ত যুক্তৰাষ্ট্র কংগ্রেছে এখন আইন প্ৰণয়ন কৰে, যাতে গোটেই দেশকে "ৰণ সময়"-অৰ অধীন কৰি তোলা হয়, যাতে গোটেই যুদ্ধকালীন সময়ত দেশৰ সময়ক একঘণ্টা আগুৱাই নিয়া হয়। এই ধাৰাবাহিকতাৰ পদ্ধতিটি যুক্তৰাজ্যও অনুসৰণ কৰে, য’ত গ্রীষ্মকালীন সময়ত স্বাভাবিক সময়ৰ পৰা সময়ক আৰু এক ঘন্টা (অর্থাৎ ২ ঘণ্টা) আগুৱাই নিয়া হয়। পৰবর্তিকালত শান্তিকালীন সময় ৰণ সময় এক বিতৰ্কৰ বিষয় হিছাপে পৰিগণিত হয়<ref name="Encarta"/>|
 
===যুক্তৰাষ্ট্র===