দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

16 নং শাৰী:
 
===যুক্তৰাষ্ট্র===
যুক্তৰাষ্ট্রত [[প্রথম বিশ্বযুদ্ধ]]ৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে| বিতর্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতর্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকার সমস্যা দূৰ কৰি ১৯৬৬ খৃষ্টাব্দত যুক্তৰাষ্ট্রত কংগ্রেছ 'ইউনিফর্ম টাইম এ্যাক্টএক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যৰ বাবে কেৱলমাত্র এক নির্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্র সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খৃষ্টাব্দত যুক্তৰাষ্ট্রত দিবালোক সংৰক্ষণ সময় [[এপ্রিল]] মাহৰ প্রথম [[ৰবিবাৰ]]ৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু [[অক্টোবৰ]] মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় <ref name="Encarta"/> |
 
===বাংলাদেশ===