সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
11 নং শাৰী:
ভূগোলকৰ পৃষ্ঠক লম্বভাবে ২৪ ভাগত ভাগ কৰি প্রত্যেক ভাগকে একোটা সময়াঞ্চল বোলা হয়। পূৰ্বে লণ্ডনৰ গ্ৰীণউইচ চহৰৰ মাজেৰে যোৱা ০ ডিগ্রী দ্রাঘিমাৰ [[গ্ৰীণউইচ মান সময়]] বা [[:en|GMT|GMT]] সময়ক আধাৰ কৰি ইয়াৰ পৰা সময়ৰ পাৰ্থক্য অনুসৰি GMT ± ঘণ্টা:মিনিট হিচাবে নাম দিয়া হৈছিল। বৰ্তমান গ্রীণউইচৰ আগৰ ১ ডিগ্রী পশ্চিম দ্রাঘিমা বা ''আন্তৰাষ্ট্রীয় তাৰিখ ৰেখাক'' আধাৰ কৰি নামকৰণ কৰা ''ইউনিভাৰ্ছেল টাইম'' বা UT -ৰ মতে গ্রীণউইচ দ্রাঘিমাত UT-১ বুলি ক্রমান্বয়ে সময়াঞ্চল বোৰ নামকৰণ কৰা হয়।
 
==দিবালোক সংৰক্ষণ সময়==
== ডে'লাইট চেভিং ==
{{Main|দিবালোক সংৰক্ষণ সময়}}
 
বিভিন্ন দেশৰ ”ডে-লাইট”দিবালোক চেভিং”সংৰক্ষণ সময়" (Day Light Saving) পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।
 
=== অসমৰ বাগানীয়া সময় ===