ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ
r2.7.2) (ৰবট যোগ দিছে :kk:Уикипедия:Уикипедия — бұл энциклопедия; cosmetic changes
অ r2.5.1) (ৰবট যোগ দিছে :af, als, ang, ar, arz, az, bar, bat-smg, be, be-x-old, bg, bn, bs, ca, chr, ckb, cs, csb, cy, da, de, el, eo, es, et, eu, fa, fi, fr, gl, glk, he, hr, hu, hy, ia, id, is, it, ja, ka, kl, km, ko, ksh, lb, ... |
অ r2.7.2) (ৰবট যোগ দিছে :kk:Уикипедия:Уикипедия — бұл энциклопедия; cosmetic changes |
||
7 নং শাৰী:
{{Content policy list}}
{{TOC right}}
== লিখনশৈলী আৰু সজ্জা ==
=== {{anchor|PAPER}}ৱিকিপিডিয়া কাগজত চপা কৰা বিশ্বকোষ নহয় ===
{{policy shortcut|WP:NOTPAPER|WP:PAPER}}
এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ [[ডায়েল-আপ ইণ্টাৰনেট সংযোগ|ডায়েল আপ]] আৰু [[ম’বাইল ব্ৰাউজাৰ]] ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰৱন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে ([[
== সমল ==
কেৱল শুদ্ধ আৰু কামত অহাৰ গুণতে বিশ্বকোষ এখনত যিকোনো বিষয় সন্নিৱিষ্ট কৰিব নোৱাৰি। কোনো কোনো বিষয়ৰ অন্তৰ্ভুক্তিৰ ওপৰত মাজে-সময়ে প্ৰশ্ন উঠিলেও ৱিকিপিডিয়াৰ বিষয়ববীয়াসকল এই কথাত ঐকমত্য যে তলৰ অনুচ্ছেদসমূহ "ৱিকিপিডিয়া কি নহয়" বা "ৱিকিপিডিয়াত কি কৰিব নোৱাৰে" তাৰ ভাল উদাহৰণ।
=== {{anchor|DIC|DICDEF|DICT|DICTIONARY}}ৱিকিপিডিয়া এখন অভিধান নহয় ===
{{policy shortcut|WP:NOT#DICDEF|WP:NOT#DICT|WP:NOT#DICTIONARY}}
{{main|ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়}}
25 নং শাৰী:
ৱিকিপিডিয়া কোনো অভিধান নহয়, কাৰিকৰী কথা বা অৰ্থহীন শব্দৰ ব্যৱহাৰিক সহায়িকা নহয় । ৱিকিপিডিয়াৰ প্ৰবন্ধ তলৰ উদাহৰণবোৰো নহয়:
# '''সংজ্ঞা ।''' যদিও প্ৰবন্ধসমূহ এটা [[
# '''অভিধান অন্তৰ্ভুক্তি ।''' বিশ্বকোষৰ প্ৰবন্ধৰ বিষয় হৈছে কোনো ব্যক্তি, গোট, ধাৰণা, ঠাই, বস্তু, এটা ঘটনা আদি । কোনো ক্ষেত্ৰত এটা শব্দ বা বাক্যাংশই বিশ্বকোষৰ বিষয় হ’ব পাৰে, যেনে [http://en.wikipedia.org/wiki/Macedonia_(terminology) মেচিডনিয়া(পৰিভাষা)] । কাচিত্হে কোনো প্ৰৱন্ধৰ এটাতকৈ অধিক ''সুস্পষ্ট'' সংজ্ঞা বা শিৰোনামাৰ ব্যৱহাৰ থাকিব পাৰে । [[সংখ্যাৰ তালিকা|সংখ্যাৰ]]ৰ সাংস্কৃতিক বা গাণিতিক বিশেষত্বৰ বিষয়ে লিখা প্ৰবন্ধও গ্ৰহণযোগ্য ।<br />অভিধানিক ৱিকি বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[wikt:Main Page|Wiktionary]] চাওক ।
# '''ব্যৱহাৰ, অপশব্দ, আৰু/বা জতুৱা ঠাঁচ পথনিৰ্দেশিকা ।''' ভাষা, দোৱান বা অপশব্দৰ প্ৰকাৰৰ বৰ্ণনামূলক প্ৰৱন্ধ গ্ৰহণীয় । তেনে ভাষাৰ কথকৰ বাবে সহায় প্ৰবন্ধ গ্ৰহণযোগ্য নহয় । অধিক তথ্যৰ বাবে তলৰ [[WP:NOTGUIDE|"ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়"]] চাওক ।<br />সহায়িকাপুথিৰ সংগ্ৰহ বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[b:Main Page|Wikibooks]] চাওক ।
=== {{anchor|COOL|FANSITE|OR|OTHOUGHT|PUBLISHER}}ৱিকিপিডিয়া কোনো মৌলিক চিন্তাৰ প্ৰকাশস্থল নহয় ===
{{policy shortcut|WP:FORUM|WP:NOT#CHAT|WP:NOTESSAY|WP:NOT#ESSAY|WP:NOT#FANSITE|WP:NOT#FORUM|WP:NOT#OR}}
{{dablink|"WP:FORUM" redirects here; you may be looking for [[Wikipedia:Forum shopping]] or [[Wikipedia:Village pump]].}}
ৱিকিপিডিয়া আপোনাৰ নিজৰ চিন্তা আৰু বিশ্লেষণ বা নতুন তথ্য প্ৰকাশৰ স্থল নহয় । [[
# '''প্ৰাথমিক (মৌলিক) গৱেষণা।''', যেনে প্ৰস্তাৱিত তত্ত্ব আৰু সমাধান, মৌলিক চিন্তা, শব্দৰ সংজ্ঞা, নতুন শব্দৰ উদ্ভাৱন আদি । আপুনি যদি কোনো বিষয়ত প্ৰাথমিক গৱেষণা সম্পূৰ্ণ কৰিছে, তেন্তে তাৰ ফলাফল আন ঠাইত যেনে সহকৰ্মীয়ে পৰ্যালোচনা কৰা পত্ৰিকা, আন ছপা মাধ্যম বা সন্মানীয় অনলাইন পত্ৰিকাত প্ৰকাশ কৰক । তাৰ পিছত ই গ্ৰহণীয় জ্ঞানৰ অংশ হৈ পৰিলে ৱিকিপিডিয়াই ইয়াক বিবেচনা কৰিব; কিন্তু বিষয়বস্তুৰ[[
# '''ব্যক্তিগত উদ্ভাৱন।''' যদি আপুনি বা আপোনাৰ কোনো বন্ধুৱে এটা নতুন শব্দ, এটা সুৰাপানৰ খেল, বা এটা নতুন ধৰণৰ নৃত্যশৈলীৰ উদ্ভাৱন কৰিছে, তেন্তে একাধিক, স্বাধীন আৰু দ্বিতীয় উৎসই তাৰ প্ৰতিবেদন নিদিয়ালৈকে সেয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয় হ’বলৈ [[
# '''ব্যক্তিগত ৰচনা।''' {{anchor|ESSAY}} য’ত বিশেষজ্ঞৰ মতামতৰ সলনি আপোনাৰ নিজা অনুভৱ প্ৰকাশ পায় । যদিও ৱিকিপিডিয়াত মানুহৰ জ্ঞান সংগ্ৰহ কৰা হৈছে, ই তেনে জ্ঞানৰ অংশ হ’বলৈ যোৱা ব্যক্তিগত মতৰ বাহন নহয় । কোনো ক্ষেত্ৰত এজন ব্যক্তিৰ মতামত আলোচনা কৰাটো অতি প্ৰযোজনীয় হ’লে আন সদস্যসকলক তাৰ বিষয়ে লিখিবলৈ দিয়া উচিত । ৱিকিপিডিয়াৰ লগত সংগতি থকা ব্যক্তিগত ৰচনা আপোনাৰ সদস্য নামস্থানত বা [[meta:|Meta-wiki|মেটা ৱিকিত]] গ্ৰহণীয় । [http://www.wikinfo.org/index.php/Main_Page Wikinfo]ত থকা [[ফৰ্ক (ছফ্টৱেৰ বিকাশ)|ফৰ্কে]] প্ৰবন্ধত ব্যক্তিগত মতামত দিবলৈ উত্সাহ যোগায় ।
# <span id="not_a_forum">'''আলোচনা সভা ।'''</span>{{anchor|FORUM|CHAT}} অনুগ্ৰহ কৰি এখন বিশ্বকোষ সৃষ্টিৰ কামতহে মনোযোগ দিয়ক । আপুনি ৱিকিপিডিয়াৰ লগত সংগতি থকা বিষয়ৰ ওপৰত কথা-বতৰা পৃষ্ঠাত আন সদস্যৰ লগত আলোচনা কৰিব পাৰে আৰু সংশ্লিষ্ট [[
=== {{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয় ===
{{policy shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় । এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য । সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় ।
# '''কোনোধৰণৰ ওকালতি, [[অপপ্ৰচাৰ]] বা [[নিযুক্তি]]''': বাণিজ্যিক, ৰাজনৈতিক, ধাৰ্মিক, ক্ৰীড়া-সম্পৰ্কীয় বা তেনে আন কিবা । ৱিকিপিডিয়াত অৱশ্যেই [[
# '''অভিমতৰ অংশ ''': যদিও কিছুমান বিষয় যেনে সাম্প্ৰতিক বা ৰাজনৈতিক ঘটনাৱলীৱে কোনো ব্যক্তিক প্ৰচাৰ চলাবলৈ (উদাহৰণস্বৰূপে তেওঁৰ প্ৰিয় দৃষ্টিভংগীৰে আবেগিকভাৱে ওকালতি কৰা) প্ৰলোভিত কৰিব পাৰে, ৱিকিপিডিয়া তেনে কামৰ মাধ্যম নহয় । প্ৰবন্ধসমূহে যুক্তিপূৰ্ণ তথ্য আৰু [[
# '''কেলেংকাৰীৰ প্ৰচাৰ,''' পাতলীয়া আলোচনাৰ জৰিয়তে বা কাৰোবাৰ মুখেৰে শুনা । [[WP:BLP|জীৱিত ব্যক্তিৰ বিষয়ে]] লিখা প্ৰৱন্ধ সেইজনৰ [[WP:LIBEL|মানহানি]] নোহোৱাকৈ আৰু ব্যক্তিগত জীৱনত আঘাত নজনোৱাকৈ উচ্চ মানদণ্ডৰ হ’ব লাগে । কেৱল আন এজনৰ সন্মানক [[WP:ATP|আক্ৰমণ]] কৰিবলৈকে প্ৰবন্ধ লিখিব নালাগে ।
# '''আত্মপ্ৰচাৰ,''' আপোনাৰ নিজৰ বিষয়ে বা আপুনি জড়িত থকা প্ৰকল্পৰ বিষয়ে লিখিবলৈ মন যোৱাটো স্বাভাৱিক । কিন্তু মনত ৰাখিব যে ৱিকিপিডিয়া প্ৰবন্ধৰ মানদণ্ডসমূহ সেইবোৰ পৃষ্ঠাৰ বাবেও সমানে প্ৰযোজ্য । তাৰ ভিতৰত আছে [[
# '''বিজ্ঞাপন''': প্ৰতিষ্ঠান আৰু সামগ্ৰীৰ তথ্যসমূহ [[
ৱিকিপিডিয়াৰ ভিতৰুৱা নীতি আৰু পথনিৰ্দেশিকাবোৰৰ ওপৰত শৃংখলাপূৰ্ণ মতামত সদস্য পৃষ্ঠাত কৰিব পাৰি, কাৰণ সেইবোৰ এই প্ৰকল্পৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ কৰ্মৰাজীৰ বাবে প্ৰয়োজনীয়।
=== {{anchor|LINK|LINKS|MIRROR|REPOSITORY}}ৱিকিপিডিয়া কোনো সংযোগ,চিত্ৰ বা মিডিয়া ফাইল ৰখা ভঁৰাল নহয় ===
{{policy shortcut|WP:LINKFARM|WP:NOTLINK|WP:NOTMIRROR|WP:NOTREPOSITORY|WP:NOTIMAGE|WP:NOTGALLERY}}
ৱিকিপিডিয়া মাত্ৰ সংযোগ, চিত্ৰ, বা মিডিয়া ফাইল ৰখা [[মিৰ’ৰ (কম্পিউটাৰ)|মিৰ’ৰ]] বা [[ডিজিটেল ভঁৰাল|ভঁৰাল]] নহয় । ৱিকিপিডিয়া প্ৰবন্ধ তলত দিয়া ধৰণৰ হ’ব নালাগে :
# মাথোঁ '''বহিঃ সংযোগৰ সংগ্ৰহ''' বা '''ইণ্টাৰনেট নিৰ্দেশিকা ।''' প্ৰবন্ধত এটা বা অধিক বিষয়বস্তু-সম্বন্ধীয় সংযোদ দিয়াত একো বাধা নাই; কিন্তু অতিমাত্ৰা তালিকাই প্ৰৱন্ধটোক গৌণ কৰি ৱিকিপিডিয়াৰ উদ্দেশ্যৰ পৰা আঁতৰি যাব পাৰে । বহু "অনুৰাগী স্থান" বা "ফেনচাইট" থকা থকা বিষয়ৰ প্ৰবন্ধত এটা মুখ্য অনুৰাগী স্থানৰ সংযোগ দিয়াই উচিত । সহায়ৰ বাবে [[
# '''ভিতৰুৱা সংযোগৰ সংগ্ৰহ,''' মাত্ৰ [[
# মাথোঁ '''[[ৰাজহুৱা প্ৰান্ত]](পাব্লিক ডমেইন) বা আন উত্স তথ্য''' যেনে সমগ্ৰ কিতাপ বা উত্স সংকেত, মূল ঐতিহাসিক নথি, আইন, ঘোষণা, আৰু আন আন উত্স তথ্য যিবোৰ মৌলিক ৰূপতহে উপস্থাপন কৰিলে কামত আহে । প্ৰাথমিক উত্সৰ সম্পূৰ্ণ নকল [[ৱিকিউত্স]]তহে অন্তৰ্ভুক্ত কৰিব পাৰি, ৱিকিপিডিয়াত নহয় । [[ৰজহুৱা প্ৰান্ত|ৰাজহুৱা প্ৰান্তৰ সম্পদ]] যেনে [[এনচাইক্ল’পেডিয়া ব্ৰিটানিকা]]ৰ তথ্য প্ৰৱন্ধত বিষয়বস্তু যোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি (তেনে কাৰ্যৰ পথনিৰ্দেশিকাৰ বাবে [[
# '''মাথোঁ চিত্ৰ বা মিডিয়া ফাইলৰ সংগ্ৰহ''' য’ত প্ৰবন্ধৰ নাম-গোন্ধ নাই । আপুনি মাত্ৰ ছবি দান কৰিব খুজিলে তাক বিশ্বকোষীয় লেখাৰে সজাই তোলক, বা '''[[ৱিকিপিডিয়া সাধাৰণ]]'''ত অন্তৰ্ভুক্ত কৰক । যদি ছবিখন কোনো ৱেবচাইটৰ ৰাজহুৱা প্ৰান্তৰ উত্সৰ পৰা লোৱা হৈছে, তেন্তে তাক [[
=== ৱিকিপিডিয়া গীতৰ কথাৰ তথ্যকোষ নহয় ===
ৱিকিপিডিয়াৰ প্ৰৱন্ধত স্বত্বাধিকাৰ থকা গীতৰ কথা সন্নিৱিষ্ট কৰাটো অনুমোদিত নহয় । [[ৰাজহুৱা প্ৰান্ত]]ত থকা গীতৰ কথা অন্তৰ্ভুক্ত কৰিব পাৰি, কিন্তু তাৰ লগত গীতটোৰ লেখক, শিল্পী, শ্ৰব্যসঁফুৰাৰ নাম, বাণীবন্ধনৰ বছৰৰ লগতে ইতিহাস, আঁৰৰ কথা, বিষয়বস্তু আৰু [[সংগীত]]ৰ বিশ্লেষণৰ বিষয়ে [[
=== {{anchor|BLOG|DATINGSERVICE|FACEBOOK|MEMORIAL|MYSPACE|SOCIAL|SOCIALNET|storage|WEBHOST|WEBSPACE}}ৱিকিপিডিয়া কোনো ব্ল'গ,সামাজিক যোগাযোগমূলক বা স্মৃতিচিহ্ন ৰক্ষাৰ স্থান নহয় ===
{{policy shortcut |WP:NOTSOCIALNETWORK |WP:NOTWEBHOST |WP:NOTBLOG|WP:NOTCLOUD |WP:NOTDATINGSERVICE |WP:NOTFACEBOOK |WP:NOTGAMEHOST |WP:NOTTWITTER |WP:NOTLINKEDIN |WP:NOTMEMORIAL |Wikipedia:MEMORIAL |WP:NOTRESUME |WP:RESUME |WP:NORESUMES}}
{{see|ৱিকিপিডিয়া:সদস্য পৃষ্ঠা}}
72 নং শাৰী:
ৱিকিপিডিয়া [[টুইটাৰ]] বা [[ফে’চবুকৰ]] দৰে সামাজিক যোগাযোগৰ মাধ্যম নহয় । আপুনি ৱিকিপিডিয়াত নিজৰ [[ৱেবচাইট]], [[ব্ল’গ]], [[ৱিকি]], বা [[ক্লাউড সংগ্ৰহ|ক্লাউড]] তুলি দিব নোৱাৰে। ৱিকিপিডিয়াৰ পৃষ্ঠা তলত দিয়া উদাহৰণবোৰৰ দৰে হ’ব নালাগে :
# '''ব্যক্তিগত ৱেব পৃষ্ঠা।''' [[
# '''[[ফাইল প্ৰণালী|ফাইল ভঁৰাল]] স্থান।''' অনুগ্ৰহ কৰি কেৱল ৱিকিপিডিয়াৰ প্ৰবন্ধ বা প্ৰকল্প পৃষ্ঠাত ব্যৱহাৰ হোৱা (বা ব্যৱহাৰ হ’বলগীয়া) ফাইলহে আপল’ড কৰক । আপোনাৰ হাতত যদি আন প্ৰাসংগিক ছবি আছে, সেয়া [[ৱিকিমিডিয়া কমন্ছ]]ত আপল’ড কৰক য’ৰ পৰা তাক ৱিকিপিডিয়াৰ লগত সংযোগ কৰিব পৰা যাব ।
# '''ডেটিং সেৱা।''' সম্বন্ধ গঢ়াৰ বাবে বা যৌনতাৰ সংঘাতৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় । অতিমাত্ৰা এনে বাহিৰা কথাক স্থান দিয়া সদস্য পৃষ্ঠা গ্ৰহণযোগ্য নহয় ।
# '''স্মৃতিচিহ্ন।''' বিশ্বকোষৰ প্ৰৱন্ধৰ বিষয়বস্তুৱে [[
যদি আপুনি [[ৱিকি]] প্ৰযুক্তিক আন কোনো প্ৰকল্পত সহযোগিতাৰ বাবে ব্যৱহাৰ কৰিব খোজে (লাগিলে সি মাত্ৰ এখন পৃষ্ঠাই হওক), তাৰ কাৰণে আন বহুতো ৱিকি হ’ষ্টিঙৰ সুবিধা থকা বিনামূলীয়া আৰু ব্যৱসায়িক চাইট আছে । আপুনি আপোনাৰ চাৰ্ভাৰত [[ৱিকি]] ছফ্টৱেৰ ইনষ্টলো কৰিও ল’ব পাৰে । এই বিষয়ক তথ্যৰ বাবে MediaWiki.orgত [[[[mw:হাতপুথি:ইনষ্টল প্ৰক্ৰিয়াত সহায়|ইনষ্টল প্ৰক্ৰিয়াত সহায়]] চাওক ।
ওপৰত উল্লেখ কৰা বিষয়বস্তুৰ সীমাবদ্ধতা আপোনাৰ সদস্য পৃষ্ঠা আৰু আলোচনা পৃষ্ঠাতো প্ৰযোজ্য । আপোনাৰ সদস্য পৃষ্ঠা এটা [[ব্ল’গ]] নহয় । তাৰ উপৰি আপোনাৰ সদস্য পৃষ্ঠাখন '''আপোনাৰ নহয়''' । ই ৱিকিপিডিয়াৰ অংশ, আৰু আত্মপ্ৰচাৰৰ সলনি ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বঢ়োৱাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হোৱা উচিত । সদস্য পৃষ্ঠাৰ বিষয়ে বৰ্তমানৰ ঐকমত্য পথনিৰ্দেশিকাৰ বাবে [[
=== {{anchor|Complete|Cross|DIR|DIRECTORY|Directories|Genealogical|Sales}} ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয় ===
{{policy shortcut|WP:NOPRICES|WP:NOTCATALOG|WP:NOTCV|WP:NOTDIR|WP:NOTDIRECTORY|WP:NOTTVGUIDE|WP:NOTRADIOGUIDE|WP:NOTYELLOW|WP:NOTEVERYTHING}}
90 নং শাৰী:
# '''[[টেলিফোন ডিৰেক্টৰি]] বা [[য়েল্ল' পেজেজ]] ।''' ফোন নাম্বাৰ, ফেক্স নাম্বাৰ আৰু ই-মেইল ঠিকনাৰ দৰে যোগাযোগৰ তথ্য বিশ্বকোষত থাকিব নালাগে ।
# '''[[ডিৰেক্টৰি (তথ্যকোষ)|ডিৰেক্টৰি]], ডিৰেক্টৰি ভুক্তি, [[ইলেক্ট্ৰনিক প্ৰ'গ্ৰেম নিৰ্দেশিকা]],''' বা '''ব্যৱসায়ৰ সমল'''। উদাহৰণস্বৰূপে, ৰেডিঅ' ষ্টেচনৰ ওপৰত লিখা প্ৰবন্ধত প্ৰচাৰ হ'বলগীয়া কাৰ্যসূচী, বিজ্ঞাপন আদিৰ বিষয়ে থাকিব নালাগে, মাত্ৰ গুৰুত্বপূৰ্ণ ঘটনা বা ঐতিহাসিক কাৰ্যসূচীৰ উল্লেখ কৰিলেই হ'ল । তেনেধৰণে ব্যৱসায় সম্বন্ধীয় পৃষ্ঠাত প্ৰতিষ্ঠানটোৰ সকলো পেটেণ্টৰ তালিকা থাকিব নালাগে ।
# '''বিক্ৰী তালিকা।''' [[
# '''সালসলনি সূচী বা মুক্তি টোকা''' । কোনো সামগ্ৰীৰ বিষয়ে এটা প্ৰবন্ধত ইয়াৰ বিকাশৰ ইতিহাস আৰু প্ৰধান উন্নীতকৰণৰ তথ্য থাকিব লাগে । কিন্তু প্ৰতিটো মুক্তি বা নৱীকৰণৰ উল্লেখ এৰাই চলক ।
# {{anchor|Non-encyclopedic cross-categorizations}}'''অনা-বিশ্বকোষীয় শ্ৰেণীকৰণ,''' যেনে "X প্ৰতিষ্ঠানে মৰকল কৰা Y ধৰ্মীয়/সাংস্কৃতিক গোটৰ মানুহ" । সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ পৰিঘটনা নোহোৱালৈকে এনে ধৰণৰ প্ৰস্থ-শ্ৰেণীক নতুন প্ৰবন্ধ সৃষ্টিৰ বাবে উল্লেখযোগ্য বুলি গণ্য কৰা নহয় । অধিক তথ্যৰ বাবে [[
# '''সকলো সম্ভাব্য তথ্যৰ বিশদ বিৱৰণ ।''' প্ৰবন্ধ এটা ইয়াৰ বিষয়বস্তুৰ ওপৰত গ্ৰহণীয় জ্ঞানৰ সাৰাংশ হোৱা উচিত <ref> [[Wikipedia:Requests for arbitration/Rex071404]] চাওক</ref>।
=== {{anchor|GUIDE|HOWTO|INTERNET|JARGON|NOTCASE|NOTHOWTO|NOT#JARGON|notjarg|NOTMANUAL}} ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয় ===
{{anchor|NOT PAPER|NOT PAPERS|NOTTEXTBOOK|NOTTRAVEL|FAQ}}
{{policy shortcut|WP:GAMEGUIDE|WP:NOTCASE|WP:NOTGUIDE|WP:NOTHOW|WP:NOTHOWTO|WP:NOT#JARGON|WP:NOTMANUAL|WP:NOT PAPERS|WP:NOTRECIPE|WP:NOTTEXTBOOK|WP:NOTTRAVEL|WP:NOT#FAQ}}
101 নং শাৰী:
ৱিকিপিডিয়া এক বিশ্বকোষীয় প্ৰসংগ কৰ্ম, কোনো পৰামৰ্শ হাতপুথি, পথনিৰ্দেশিকা পুথি বা পাঠ্যপুথি নহয় । ৱিকিপিডিয়াৰ প্ৰৱন্ধ তলত দিয়া বিষয়বোৰৰ দৰে হ'ব নালাগে:
# '''নিৰ্দেশ পুথি।''' যদিও ৱিকিপিডিয়াত ব্যক্তি, ঠাই আৰু আন আন বস্তুৰ বিৱৰণ আছে, এটা [[
# '''ভ্ৰমণ সহায়িকা।''' আপুনি [[গুৱাহাটী]]ৰ বিষয়ে কোনো প্ৰবন্ধ লিখোঁতে [[কামাখ্যা]] মন্দিৰৰ কথা উল্লেখ কৰিব পাৰিব৷ কিন্তু [[কামাখ্যা]] মন্দিৰলৈ কেনেকৈ যাব পাৰিব, গুৱাহাটীৰ কোন হোটেলত থাকিলে সুবিধা হ'ব, বা সেই স্থানৰ ফোন নম্বৰ আদি তথ্য ইয়াত উল্লেখ কৰাটো উচিত নহয়৷ এইবোৰ বিশ্বকোষীয় নিবন্ধৰ বাবে উপযুক্ত তথ্য নহয়৷ ৱিকিপিডিয়াৰ প্ৰবন্ধত হোটেল, বাছসেৱা বা পৰ্যটনৰ বাবে আকৰ্ষণীয় ৰেষ্টেৰেণ্ট আদিৰ বৰ্ণনা দিয়াটো উচিত নহয়৷ আপুনি এনে ধৰণৰ বৰ্ণনা [http://travel.wikia.com/wiki/Wikia_Travel ৱিকি ভ্ৰমণ]]ত দিব পাৰে৷
# '''ভিডিঅ' গেম হাতপুথি ।''' [[কম্পিউটাৰ গেইম]] বা [[ভিডিঅ' গেইম]]ৰ বিষয়ে লিখা কোনো প্ৰবন্ধত খেলবিধৰ বিষয়ে বৰ্ণনা কৰাটোহে মূল উদ্দেশ্য হ'ব লাগে৷ কেনেকৈ খেলবিধত জিকিব পাৰি সেই কথা উল্লেখ কৰাটো বিশ্বকোষীয় প্ৰবন্ধৰ ভিতৰত নপৰে৷
108 নং শাৰী:
# '''পাঠ্যপুথি বা টীকাযুক্ত পাঠ।''' ৱিকিপিডিয়া এক বিশ্বকোষীয় প্ৰসংগ কৰ্ম, পাঠ্যপুথি নহয় । ৱিকিপিডিয়াৰ উদ্দেশ্য হৈছে তথ্যৰ উপস্থাপন কৰা, বিষয়বস্তুৰ শিক্ষা নহয় । প্ৰশ্নোত্তৰ আৰু সমস্যা সমাধানৰ উদাহৰণ থকা পাঠ্যপুথিৰ নিচিনা প্ৰবন্ধ সৃষ্টি কৰা উচিত নহয় । সেয়া আমাৰ ভগ্নী প্ৰকল্প [[ৱিকিগ্ৰন্থ]], [[ৱিকিউৎস]] বা [[ৱিকিভাৰ্চিটি]]তহে থাকিব লাগে ।
# '''বৈজ্ঞানিক আলোচনী বা গৱেষণা পত্ৰ।''' পঢ়ুৱৈজন বিষয়বস্তু সম্পৰ্কে ভালদৰে জ্ঞাত বুলি ভাবি প্ৰবন্ধ প্ৰস্তুত কৰা উচিত নহয় । প্ৰবন্ধৰ আৰম্ভণিৰ ভাষা সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ সহজ-সৰল ভাষাত লিখা উচিত আৰু তাৰ পিছত বিতং বিৱৰণৰ ফালে অগ্ৰসৰ হোৱা উচিত । উচ্চস্তৰৰ পৰিভাষা আৰু তথ্য [[WP:LINK|ৱিকিসংযোগ]] হিছপে দিব লাগে ।
# '''বিদ্যায়তনিক ভাষা ।''' পাঠসমূহ সাধাৰণ পঢ়ুৱৈৰ বাবে লিখা উচিত, উচ্চ শিক্ষিতৰ বাবে নহয় । প্ৰবন্ধৰ শিৰোনামা যিমান পাৰি বিদ্যায়তনিক পৰিভাষা পৰিহাৰ কৰি [[
# '''পৰিঘটনা/বিষয় অধ্যয়ন (case study)।''' অনেক ক্ষেত্ৰত বিভিন্ন কাৰক বা অন্য বিষয়ৰ লগত বিষয়বস্তূৰ সম্পৰ্ক দৰ্শাই প্ৰবন্ধ লিখা দেখা যায়। প্ৰসংগ অনুসৰি অনেক ক্ষেত্ৰত ই উপযোগী হ'ব পাৰে, যেনে "[[:en:Slate industry in Wales]]" আৰু "[[:en:Island Fox]]", কিন্তু '''"অসমৰ ৰয়েল বেংগল টাইগাৰ"''' বা '''"যোৰহাটৰ বিহু"''' -ৰ বিষয়ে প্ৰবন্ধ প্ৰাসংগিক নহবও পাৰে। তদুপৰি এনে প্ৰবন্ধ [[WP:POVFORK|POV fork]] বা [[WP:OR|মৌলিক গৱেষণা]] হোৱাৰহে সম্ভাবনা অধিক আৰু ৱিকিপিডিয়াৰ উপযুক্ত হ'ব নোৱাৰে।
119 নং শাৰী:
-->
=== {{anchor|CBALL|CRYSTAL|CRYSTALBALL}}ৱিকিপিডিয়া ভৱিষ্যতবাণী কৰা যাদুৰ গোলক নহয় ===
{{policy shortcut|WP:BALL|WP:CBALL|WP:CRYSTAL|WP:FUTURE|WP:NOTCRYSTAL|WP:NOTCRYSTALBALL|WP:SPECULATION}}
ৱিকিপিডিয়া [[
141 নং শাৰী:
# '''Wikipedia is not a collection of product announcements and rumors.''' While Wikipedia includes up-to-date knowledge about newly revealed products, short articles that consist only of product announcement information are not appropriate. Until such time that more encyclopedic knowledge about the product can be verified, product announcements should be merged to a larger topic (such as an article about the creator(s), a series of products, or a previous product) if applicable. Speculation and rumor, even from reliable sources, are not appropriate encyclopedic content.
=== {{anchor|NEWSPAPER}}ৱিকিপিডিয়া কোনো বাতৰিকাকত নহয় ===
{{policy shortcut|WP:NOT#JOURNALISM|WP:NOT#NEWS|WP:NOTNEWS|WP:NOTWHOSWHO}}
{{seealso|Wikipedia:Notability (events)}}
147 নং শাৰী:
# '''Journalism.'''{{anchor|JOURNALISM}} Wikipedia should not offer first-hand news reports on breaking stories. Wikipedia is not a [[WP:PRIMARY|primary source]]. However, our sister projects [[Wikisource]] and [[Wikinews]] do exactly that, and ''are'' intended to be primary sources. Wikipedia does have many ''encyclopedia articles'' on topics of historical significance that are currently in the news, and can be updated with recently [[WP:V|verified]] information.
# '''News reports.'''{{anchor|NEWS}} Wikipedia considers the enduring [[
# '''Who's who.''' {{anchor|NOTWHOSWHO}} Even when an event is notable, individuals involved in it may not be. Unless news coverage of an individual goes beyond the context of a single event, our coverage of that individual should be limited to the article about that event, [[WP:DUE|in proportion]] to their importance to the overall topic. (See [[Wikipedia:Biographies of living persons]] for more details.)
=== {{anchor|ALSONOT|ENC|IINFO|INDISCRIMINATE|INFO|LYRICS|PLOT|STATS}}ৱিকিপিডিয়া কোনো বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ নহয় ===
{{policy shortcut|WP:IINFO|WP:INDISCRIMINATE|WP:NOTLYRICS|WP:NOT#LYRICS|WP:NOT#STATS|WP:PLOT}}
{{seealso|Wikipedia:Notability}}
156 নং শাৰী:
As explained in the policy introduction, merely being true, or even [[WP:V|বিশ্বাসযোগ্য]], does not automatically make something suitable for inclusion in the encyclopedia. Wikipedia articles should not be:
# '''Summary-only description of works.''' Wikipedia treats fiction in an encyclopedic manner, discussing the reception and significance of notable works in addition to a concise summary. For more information regarding plot summaries, see [[
# '''Lyrics databases.''' Most song lyrics published after 1922 are protected by copyright, and any quotation of them must be kept to a minimum, and used for the purpose of direct commentary or to illustrate some aspect of the style. For songs in the public domain the article should not consist solely of the lyrics ([[Wikisource]] should be used for such articles instead), but should instead provide information about authorship, date of publication, social impact, and so on. Quotations from an out-of-copyright song should be kept to a reasonable length relative to the rest of the article, and used to facilitate discussion, or to illustrate the style; the full text can be put on [[Wikisource]] and linked to from the article. ''Never link to the lyrics of copyrighted songs unless the site linked to clearly has the right to distribute the work.'' See [[Wikipedia:Do not include the full text of lengthy primary sources]] for full discussion.
# '''Excessive listing of statistics.''' Long and sprawling lists of statistics may be confusing to readers and reduce the readability and neatness of our articles. In addition, articles should contain sufficient explanatory text to put statistics within the article in their proper context for a general reader. In cases where this may be necessary, (e.g. [[Nationwide opinion polling for the United States presidential election, 2008]]), consider using tables to enhance the readability of lengthy data lists.
=== {{anchor|CENSOR|CENSORED}}ৱিকিপিডিয়া চেন্সৰকৃত নহয় ===
{{policy shortcut|WP:CENSOR|WP:CENSORED|WP:NOTCENSORED}}
{{seealso|Wikipedia:Profanity|Wikipedia:Sexual content|Wikipedia:No disclaimers in articles|Wikipedia:Preserve|l4=Editing policy: Preserve information|Wikipedia:Options to not see an image|Wikipedia:Wikipedia is comprehensive}}
167 নং শাৰী:
Since anyone can edit an article and most changes made are displayed immediately, inappropriate material may appear before it can be removed.
Content which is obviously inappropriate (such as an irrelevant link to a [[shock site]], or clear [[wp:vandalism|vandalism]]) is usually removed quickly. Content that is judged to violate Wikipedia's [[
However, some articles may include text, images, or links which some people may find objectionable, when these materials are relevant to the content. Discussion of potentially objectionable content should not focus on its offensiveness but on whether it is appropriate to include in a given article. Beyond that, "being objectionable" is generally not sufficient grounds for removal of content.
173 নং শাৰী:
Nor will Wikipedia remove content because the internal bylaws of some organizations forbid that information to be displayed online. Any rules that forbid members of a given organization, fraternity, or religion to show a name or image do not apply to Wikipedia because Wikipedia is not a member of those organizations.
== {{anchor|COMM|COMMUNITY}}ৱিকিপিডিয়া সম্প্ৰদায় ==
The above policies are about Wikipedia's content. The following policies apply to Wikipedia's governance and processes.
=== {{anchor|ANARCHY}}ৱিকিপিডিয়া কোনো নৈৰাজ্য নহয় ===
{{policy shortcut|WP:NOTANARCHY|WP:NOTFREESPEECH}}
{{see also|m:Power structure}}
Wikipedia is free and open, but restricts both freedom and openness where they interfere with creating an encyclopedia. Accordingly, Wikipedia is not a forum for unregulated [[freedom of speech|free speech]]. The fact that Wikipedia is an open, self-governing project does not mean that any part of its purpose is to explore the viability of [[List of anarchist communities|anarchistic communities]]. Our purpose is to [[WP:HERE|build an encyclopedia]], not to test the limits of [[anarchism]].
=== {{anchor|DEM|DEMOCRACY}}ৱিকিপিডিয়া কোনো গণতন্ত্ৰ নহয় ===
{{policy shortcut|WP:DEMOCRACY|WP:NOT#DEM|WP:NOTDEMOCRACY}}
{{seealso|Wikipedia:Polling is not a substitute for discussion}}
Wikipedia is <span class="plainlinks">[http://mail.wikimedia.org/pipermail/wikien-l/2005-January/018735.html not an experiment in democracy]</span> or any other [[political system]]. Its primary but not exclusive method of determining [[
Straw votes should be used with caution, and are no more [[
=== {{anchor|BUREAUCRACY}}ৱিকিপিডিয়া কোনো আমোলাতন্ত্ৰ নহয় ===
{{policy shortcut|WP:BURO|WP:NOTBUREAUCRACY|WP:NOTBUREAU|WP:NOTLAW|WP:NOTSTATUTE}}
{{redirect|WP:BURO|the "bureaucrat" user access level|WP:CRAT}}
194 নং শাৰী:
While Wikipedia has many elements of a [[bureaucracy]],<ref name="Jr.Lessig2010">{{cite book|author1=Joseph Michael Reagle, Jr.|author2=Lawrence Lessig|title=Good Faith Collaboration: The Culture of Wikipedia|url=http://books.google.com/books?id=ml7SlTq8XvIC&pg=PA90|accessdate=30 June 2011|date=30 September 2010|publisher=MIT Press|isbn=9780262014472|pages=90-91}}</ref> it is not governed by statute: it is not a [[moot court]], and rules are not the purpose of the community. Written rules do not themselves set accepted practice. Rather, they document already existing community consensus regarding what should be accepted and what should be rejected. When [[Wikipedia:Avoid instruction creep|instruction creep]] is found to have occurred, it should be removed.
While Wikipedia's written [[
A procedural error made in a proposal or request is not grounds for rejecting that proposal or request.
=== {{anchor|BATTLE|BATTLEGROUND}}ৱিকিপিডিয়া কোনো ৰণভূমি নহয় ===
{{policy shortcut|WP:BATTLEGROUND|WP:NOTBATTLE|WP:NOTBATTLEGROUND|WP:NOTFACTIONS|WP:BATTLE}}
{{seealso|Wikipedia:Wikipedia is not about winning}}
204 নং শাৰী:
Wikipedia is not a place to hold grudges, import personal conflicts, carry on ideological battles, or nurture prejudice, hatred, or fear. Making personal battles out of Wikipedia discussions goes directly against our policies and goals. In addition to avoiding battles in discussions, [[Wikipedia:Do not disrupt Wikipedia to illustrate a point|do not make changes to content or policies just to prove a point]] to someone with whom you disagree.
Every user is expected to interact with others [[
In [[
Do not use Wikipedia to make [[
</ref> Threats are not tolerated and may result in a [[Wikipedia:Banning policy|ban]].
=== {{anchor|COMPULSORY}}ৱিকিপিডিয়া বাধ্যতামূলক নহয় ===
{{policy shortcut|WP:NOTCOMPULSORY}}
ৱিকিপিডিয়া এখন স্বেচ্ছাসেৱকৰ সমাজ | ইয়াত ৱিকিপিডিয়ানে ইচ্ছা কৰাতকৈ অধিক সময় আৰু প্ৰচেষ্টা খৰচ কৰাৰ প্ৰয়োজন নাই | আন ৱিকিপিডিয়ানৰ পৰা অধিক দাবী কৰাতকৈ ৱিকিপিডিয়াৰ উন্নিতকৰণতহে গুৰুত্ব দিয়া উচিত | বিশেষকৈ ব্যৱহাৰ বা আচৰণৰ ক্ষেত্ৰত সম্পাদকসকলে ৱিকিপিডিয়াৰ নীতিসমূহ মানি চলা উচিত | কিন্তু যিকোনো সময়ত সম্পাদকে বিৰতি ল’ব পাৰে বা ৱিকিপিডিয়া এৰি যাব পাৰে |
== {{anchor|NOTSTUPID|STUPID}}আৰু শেষত... ==
{{policy shortcut|WP:BADIDEA|WP:NOTSTUPID}}
ৱিকিপিডিয়া কিছুমান ভয়ানক চিন্তাৰ তালিকা নহয়। আমাৰ কাৰোবাৰ বেয়া চিন্তা আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ ! এই পৃষ্ঠাৰ প্ৰায় সকলোবোৰ কথা থকাৰ কাৰণ হ'ল কোনোবাই আগতে পূৰ্বানুমান নকৰা কিছু নতুন চিন্তা কৰিছে ! সাধাৰণভাৱে ক'বলৈ গ'লে "সেইটো বেয়া চিন্তা" বুলি ভাবিলে তেনে কাম নকৰাই শ্ৰেয় যদিহে চিন্তাটো বেয়া বুলি সবল যুক্তি থাকে।
== আপুনি যদি বিবুধিত পৰিছে ==
এটা প্ৰবন্ধত কি থাকিব বা নাথাকিব লাগে তাক লৈ যদি চিন্তাত পৰিছে, তেন্তে নিজকে প্ৰশ্ন কৰক যে এজন সাধাৰণ পঢ়ুৱৈয়ে '''''এখন বিশ্বকোষত''''' সেই শিৰোনামাৰে কি বিচাৰিব। [[
আপুনি যদি ওপৰত দিয়া কোনো নিয়ম উলঙ্ঘা কৰা হৈছে বুলি ভাবিছে, তেন্তে:
* প্ৰবন্ধটোৰ বিষয়বস্তু সলনি কৰক (সাধাৰণ সম্পাদনা)।
* ইতিহাস সংৰক্ষণ কৰি পৃষ্ঠাখন পুনৰ্নিৰ্দেশ হিছাপে ৰাখক।
* যদি পৃষ্ঠাখনে [[
* আন আন ৱিকিপিডিয়ানৰ সৈতে [[ৱিকিপিডিয়া কথা-বতৰা:ৱিকিপিডিয়া নহয় কি|কথা-বতৰা]] পৃষ্ঠাৰ জৰিয়তে আলোচনা কৰি ঐকমত্যত উপনীত হ’লে এই পৃষ্ঠাখনৰ নিয়মাৱলী সলনি কৰক। নতুন বিকল্প যোগ দিওঁতে অনুগ্ৰহ কৰি যিমান পাৰি খোলোচা হওক আৰু একেধৰণৰ, অনুমোদিত বিষয়ৰ প্ৰতি-উদাহৰণ দিয়ক।
== আৰু চাওক ==
{{Spoken Wikipedia|What Wikipedia is not.ogg|April 21, 2005}}
* [Special:Prefixindex/Wikipedia:Wikipedia is|Several texts on what Wikipedia is and is not]]
242 নং শাৰী:
* [[[:en:Wikipedia:Wikipedia is an encyclopedia]]
* [[[:en:Wikipedia:Wikipedia is not a newspaper]]
== টোকা ==
{{reflist}}
== বৰ্হিসংযোগ ==
;ভগ্নী প্ৰকল্পসমূহৰ একেধৰণৰ আনুষ্ঠানিক নীতি:
* [[b:Wikibooks:What is Wikibooks|Wikibooks:What is Wikibooks]]
261 নং শাৰী:
{{Wikipedia policies and guidelines}}
[[
[[
[[শ্ৰেণী:ৱিকিপিডিয়া]]
[[শ্ৰেণী:ৱিকিপিডিয়া নীতি]]
Line 307 ⟶ 308:
[[ja:Wikipedia:ウィキペディアは何ではないか]]
[[ka:ვიკიპედია:რა არ არის ვიკიპედია]]
[[kk:Уикипедия:Уикипедия — бұл энциклопедия]]
[[kl:Wikipedia:Wikipedia tassaanngilaq]]
[[km:វិគីភីឌា:អ្វីៗដែលវិគីភីឌាមិនអនុញ្ញាត]]
|