২৪ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Calendar|month=02|lk=on|float=right}}
'''২৪ ফেব্ৰুৱাৰী''' {{En|24 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৫৫তম [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১০টা দিন ([[অধিবৰ্ষ]]ত ৩১১ দিন) বাকী থাকে।
 
==ঘটনাৱলী==
#* ১৮২৬ চনৰ আজিৰ দিনটোত- [[ইয়াণ্ডাবু সন্ধি]] স্বাক্ষৰিত কৰা হৈছিল।
 
==জন্ম==
* ১৩০৪ - [[ইবন বটুতা]], চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক।
# ১৯৬১ চনৰ আজিৰ দিনটোত [[অসমীয়া প্ৰতিদিন]]ৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক [[পৰাগ কুমাৰ দাস]]ৰ জন্ম হৈছিল।
* ১৯২৭ - [[কামিনী কৌশল]], ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক।
* ১৯৪৮ - [[জয়ললিতা]], ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
* ১৯৫৫ - [[ষ্টিভেন জব্‌চ]], আমেৰিকান কম্পিউটাৰ ব্যৱসায়ী আৰু আৱিষ্কাৰক।
* ১৯৬১ - [[পৰাগ কুমাৰ দাস]], অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
* ১৯৭২ - [[পূজা ভাট]], ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা।
* ১৯৭৬ - [[য়ুভাল নোৱাহ হাৰাৰী]], ইজৰাইলী ইতিহাসবিদ আৰু লেখক।
* ১৯৭৬ - [[তৰুণ শইকীয়া]], মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথম অসমীয়া।
 
==মৃত্যু==
* ১৯৮৬ - [[ৰুক্মিণী দেৱী অৰুণ্ডেল]], ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
# ২০১৮ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী [[শ্ৰীদেৱী]]ৰ মৃত্যু হৈছিল।
* ১৯৯৮ - [[ললিতা পাৱাৰ]], ভাৰতীয় অভিনেত্ৰী।
# ২০১৫ চনৰ আজিৰ দিনটোতে বিশিষ্ট ভূগোল বিজ্ঞানী ডঃ মহম্মদ তাহেৰৰ মৃত্যু হৈছিল ।
* ২০০১ - [[ক্লড শ্বেনন]], আমেৰিকান গণিতজ্ঞ, অভিযন্তা আৰু সংকেতলিপিকাৰ।
* ২০১৮ - [[শ্ৰীদেৱী]], ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক।
 
==দিৱস==
==অন্যান্য==
* অভিযন্তা দিৱস ([[ইৰান]])।
# ১৮২৬ চনৰ আজিৰ দিনটোত [[ইয়াণ্ডাবু সন্ধি]] স্বাক্ষৰিত কৰা হৈছিল।
* পতাকা দিৱস ([[মেক্সিক']])।
* স্বাধীনতা দিৱস ([[ইষ্টনিয়া]])।
* ৰাষ্ট্ৰীয় শিল্পী দিৱস ([[থাইলেণ্ড]])।
 
==তথ্য সংগ্ৰহ==