জ্যামিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা জ্যামিতি
 
1 নং শাৰী:
'''জ্যামিতি''' ([[ইংৰাজী ভাষা|ইংৰাজী ভাষাত]]: Geometry) [[গণিত|গণিতৰ]] এটা শাখা য’ত আকাৰ আৰু আকৃতিৰ বিষয়ে গবেষণা কৰা হয়। জ্যামিতিক স্থান বা জগতৰ (space) বিজ্ঞান হিছাপে গণ্য কৰা যায়। [[পাটীগণিত|পাটীগণিতত]] যিদৰে গণনা সংক্রান্তীয় আমাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰা হয়, তেনেদৰে জ্যামিতিত স্থান বা জগতৰ বিষয়ে আমি অভিজ্ঞতাৰ বর্ণনা আৰু ব্যাখ্যা লাভ কৰো। প্রাথমিক জ্যামিতিৰ দ্বাৰা আমি দ্বি-মাত্রিক বিভিন্ন আকাৰৰ [[ক্ষেত্রফল]] আৰু [[পৰিসীমা]] আৰু ত্রিমাত্রিক বস্তুসমূহৰ পৃষ্ঠতলৰ ক্ষেত্রফল আৰু [[আয়তন]] নির্ণয় কৰিব পাৰো।
 
[[শ্ৰেণী:গণিত]]
"https://as.wikipedia.org/wiki/জ্যামিতি"ৰ পৰা অনা হৈছে