অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
6 নং শাৰী:
[[File:ঢোলৰ সৈতে ঢুলীয়া.JPG|thumb|200px|ঢোলৰ সৈতে ঢুলীয়া]]
{{Main|ঢোল}}
ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি কোৱা হয়। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসবতউৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিছায়ক বুলিও ভবা হয়। অসমীয়া সমাজত বৰঢোল, পাতি ঢোল, ঢেপাঢোল আদি কেইবাপ্ৰকাৰৰো ঢোলৰ প্ৰচলন আছে।<ref>{{cite web|url=http://www.anvesha.co.in/assamese/dhol_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==পেঁপা==
13 নং শাৰী:
অসমীয়া লোক সংস্কৃতিৰ পৰিচায়ক স্বৰূপ ‘বিহু’ৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল ম’হৰ শিঙৰ পেঁপা। প্ৰাচীন সংগীত বিষয়ক গ্ৰন্থত শিঙাৰ বিষয়ে উল্লেখ আছে। আহোম স্বৰ্গদেউ সকলৰ শাসনকালত ৰাজ্যৰ শুভমুহূৰ্তত ‘ৰংশিঙা’ আৰু অশুভ সময়ত ‘খং শিঙা’ বজাই প্ৰজাক জাননী দিয়াৰ কথা জনা যায়। মহৰ শিঙৰ পৰা তৈয়াৰী অসমৰ এই পেঁপাটোৰ নামতো মুলতে চীন- তিব্বতীয় শব্দ। তিব্বতত ব্যৱহাৰ হোৱা পেঁপা জাতীয় বাদ্যতো অসমৰ পেঁপাতকৈ দীঘল আৰু পিতলেৰে তৈয়াৰী।
 
বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নেযায়।নাযায়। জন-বিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত মহৰ শিং এটা মলয়া বতাহত আপোনা আপুনি বাজি উঠাত,ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্ম প্ৰকাশআত্মপ্ৰকাশ কৰে। পৰম্পৰাগত ভাবেপৰম্পৰাগতভাৱে মহম'হ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পুৰ্ণাংগ লোকবাদ্যত পৰিণত হয়।
 
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত, মিচিং সকলেমিচিংসকলে ইয়াক ‘পেম্পা’, ডিমাছা সকলেডিমাছাসকলে ‘সুৰি’,ৰাভাসকলে আৰু ‘ছিংগ্ৰা’ আৰু চাহ-জনজাতিসকলে ‘পেঁপাটি’ বুলি কয়।<ref>{{cite web|url=http://www.anvesha.co.in/assamese/pepa_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==টকা==
{{Main|টকা (বাদ্য)}}
[[File:টকা বাদ্য.JPG|thumb|100px|left|টকা বজাই থকা এজন বিহুৱা]]
অসমৰ লোক বাদ্য সমূহৰলোকবাদ্যসমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য হ'ল টকা। এই বাদ্যৰ ব্যৱহাৰো অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে অসমৰ চহা জীৱনত এই বাদ্যটি অতি সুলভ। বিহু নামৰবিহুনামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাতচাপৰিৰ চন্দকেছন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/toka_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
26 নং শাৰী:
[[File:গগনা বজাই থকা দুজনী বিহু নাচনী। .JPG|thumb|right|100px|গগনা বজাই থকা দুজনী বিহু নাচনী। ]]
{{Main|গগনা}}
গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতেসৈতে ব্যৱহাৰ হোৱা এক হাৰ্প জাতীয় বাদ্যযন্ত্ৰ। এই হাৰ্পজাতীয় বাদ্য বিলাক অতি প্ৰাচীন বুলি জনা যায়, আৰু পৃথিবীৰ প্ৰায়বোৰ সভ্যতাতে এনে বাদ্যৰ প্ৰচলন দেখা পোৱা যায়। মুখত লৈ বজোৱাৰ বাবে ইয়াক একধৰণৰ Jaw Harp বোলাহে বেছি সমীচীন হব। গগনা অসমৰ মংগোলীয় জনগোষ্ঠীজনগোষ্ঠীবিলাকৰ বিলাকৰ অবদান।অৱদান। অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায়। গগনাৰ আকাৰ লৈ ইয়াক, ৰামধন গগনা, লিহিৰিলাহৰী গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায়, আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়। যিহেতু গগনা এবিধ এক-সুৰব্দ্ধসুষিৰ বাদ্য (Fix Tuned), ইয়াৰ মাতো স্থিৰ স্বৰমানৰ (Constant Pitch)। গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য। ওজা ঢুলীয়াৰ ঢোলৰ মালিতাত গগনাৰ উৎপত্তিৰ কাহিনী বৰ্ণন কৰাৰ লগতে, সৰস্বতী দেবীয়েদেৱীয়ে গগনা বাদন কৰে বুলি গোৱা হয়।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/gogona_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==সুতুলি==
{{Main|সুতুলি}}
সুতুলীসুতুলি মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাকএনেবিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্য বিলাকতবাদ্যবিলাকত জীৱ জন্তু বা পখীৰ মাতৰ অনুকৰণত বাঁহিৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল- আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়- যাক চীনা ভাষাত – সুন ( xun) বুলি কোৱা হৈছিল।
 
সুতুলিৰ সৃষ্টি প্ৰাকঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে, বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায়। সুতুলিৰ আকাৰ আৰু সুৰলৈ চাই, চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্ঙান কৰা হৈছিল বুলি ভাবিব পাৰি। সুতুলীৰ মাতত বৰষুণ আহে বুলিও [[অসমীয়া]] জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে।
48 নং শাৰী:
{{Main|ভোৰতাল}}
[[চিত্ৰ:Vur tal.jpg|right|thumb|150px|ভোৰতাল]]
অসমৰ লোকবাদ্যসমূহৰ মাজত কাহকাঁহ [[ধাতু]]ৰে তৈয়াৰী ধন ঘন-বাদ্যবোৰৰ ভিতৰত '''ভোৰতাল''' অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰলগোৱাৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে<ref name="anveshaHome">{{cite web|url=http://www.anvesha.co.in/taal_en.htm |title=Taal |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>। বিভিন্ন প্ৰকাৰৰ [[তাল (বাদ্য)|তাল]] যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে '''বৰতাল''' বা ''' ব্ৰহ্মতাল''' বুলিও জনা যায়<ref name="anveshaHome"/>। '''ভূট তাল''' ভোৰতালৰ আন এক নাম। [[ভূটান]], [[তিব্বত]] আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল<ref name="anveshaHome"/>।
 
==খ্ৰাম==