"বৰ্গক্ষেত্ৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2,212 বাইট যোগ দিয়া হ’ল ,  9 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
* কোনো বৰ্গক্ষেত্রৰ অন্তঃবৃত্তৰ ক্ষেত্রফল বর্গক্ষেত্রটোৰ ক্ষেত্রফলৰ <math>\pi/4</math> (প্রায় ০.৭৯) গুন।
* সমান পৰিসীমাৰ অন্য চতুৰ্ভতকৈ বর্গক্ষেত্রৰ কালি বেছি।
 
== অ-ইউক্লিডীয় জ্যামিতি ==
অ-[[ইউক্লিডীয় জ্যামিতি]]ত বৰ্গক্ষেতত্র হৈছে চাৰিডাল বাহুবিশিষ্ট সুসম (সমান আন্তঃকোণ বিশিষ্ট) চতুৰ্ভুজ।
[[গোলকীয় জ্যামিতি]]ত ([[:en:spherical geometry|spherical geometry]]) চাৰিডাল [[মহাবৃতাংশ]]ৰে ([[:en:great circle|great circle]] arc) আবৰা সমান আন্তঃকোণ বিশিষ্ট বহুভুজ।
[[অতিগোলকীয় জ্যামিতি]]ত (:en:hyperbolic geometry|hyperbolic geometry]]) বৰ্গক্ষেত্র নাই।
'''Examples:'''
{| class="wikitable" width=640
|[[Image:Square on sphere.svg|200px]]<BR>Six squares can tile the sphere with 3 squares around each vertex and 120 degree [[internal angle]]s. This is called a spherical cube. The [[Schläfli symbol]] is&nbsp;{4,3}.
|[[Image:Square on plane.svg|200px]]<BR>[[Square tiling|Squares can tile]] the [[Euclidean plane]] with 4 around each vertex, with each square having an internal angle of 90 degrees. The [[Schläfli symbol]] is [[Square tiling|{4,4}]].
|[[Image:Square on hyperbolic plane.png|200px]]<BR>[[Order-5 square tiling|Squares can tile]] the
[[Hyperbolic space|Hyperbolic plane]] with 5 around each vertex, with each square having 72 degree internal angles. The [[Schläfli symbol]] is&nbsp;[[Order-5 square tiling|{4,5}]].
|}
 
== গ্রাফ থিয়'ৰি ==
[[গ্রাফ থিয়ৰি]]ত K<sub>4</sub> সম্পূৰ্ণ গ্রাফ সকলো শীৰ্ষবিন্দু ৰেখাৰে সংযোগ কৰি অংকিত এটা বৰ্গক্ষেত্ৰৰ দ্বাৰা দৰ্শোৱা হয়। এটা সুসম চতুৰ্ফলকৰ সমান্তৰাল প্রক্ষেপনকো ইয়াৰ দ্বাৰা সূচাব পাৰি।
 
{| class=wikitable
|- align=center
|[[File:Tetrahedron petrie.png|150px]]<BR>[[3-simplex]] (3D)
|}
 
 
== বহিঃসংযোগ ==
7,108

টা সম্পাদনা