আয়তক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :bn:আয়তক্ষেত্র
র -> ৰ
1 নং শাৰী:
[[চিত্রচিত্ৰ:Rectangle4x5.png|thumb|right|৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্রস্থৰপ্ৰস্থৰ এটা আয়তক্ষেত্রআয়তক্ষেত্ৰ]]
 
'''আয়তক্ষেত্রআয়তক্ষেত্ৰ''' হৈছে এক [[চতুর্ভুজচতুৰ্ভুজ]] যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু [[সমান্তৰাল]] আৰু অভ্যন্তৰৰ প্রত্যেকটোপ্ৰত্যেকটো [[কোণ|কোণেই]] একো একো [[সমকোণ]]।
 
এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অর্থঅৰ্থ আয়তক্ষেত্রআয়তক্ষেত্ৰ এটি [[সামান্তৰিক]]। [[বর্গক্ষেত্রবৰ্গক্ষেত্ৰ]] এটি বিশেষ ধৰনৰ আয়তক্ষেত্রআয়তক্ষেত্ৰ যাৰ চাৰিটা বাহুৰ দৈর্ঘ্যদৈৰ্ঘ্য সমান; ইয়াৰ অর্থঅৰ্থ বর্গবৰ্গ একে সময়তে এক আয়তক্ষেত্রআয়তক্ষেত্ৰ আৰু [[ৰম্বস]]।
 
দুটি বিপৰীত সমান্তৰাল যোৰা মাজত যিটো বেছি দীঘল তাৰ দৈর্ঘ্যকদৈৰ্ঘ্যক আয়তক্ষেত্রৰআয়তক্ষেত্ৰৰ দৈর্ঘ্যদৈৰ্ঘ্য আৰু সৰু যোৰা বাহুক আয়তক্ষেত্রৰআয়তক্ষেত্ৰৰ প্রস্থপ্ৰস্থ বোলা হয়। আয়তক্ষেত্রৰআয়তক্ষেত্ৰৰ [[ক্ষেত্রফলক্ষেত্ৰফল]] হৈছে দৈর্ঘ্যদৈৰ্ঘ্য আৰু প্রস্থৰপ্ৰস্থৰ গুণফল। সংকেতত প্রকাশপ্ৰকাশ কৰিলে <math>A=lw</math>। উদাহৰণস্বৰূপে ৫ একক দৈর্ঘ্যদৈৰ্ঘ্য আৰু ৪ একক প্রস্থৰপ্ৰস্থৰ আয়তক্ষেত্রৰআয়তক্ষেত্ৰৰ ক্ষেত্রফলক্ষেত্ৰফল ২০ বর্গবৰ্গ একক: <math>5 \times 4 = 20</math>।
 
== বৈশিষ্ট্য ==
* প্রতিটোপ্ৰতিটো [[কোণ]] ৯০ [[ডিগ্ৰী (কোণ)|ডিগ্ৰী]]
* বিপৰীত বাহুবোৰৰ দৈর্ঘ্যেদৈৰ্ঘ্যে পৰস্পৰ সমান।
* বিপৰীত বাহুবোৰ [[সমান্তৰাল (জ্যামিতি)|সমান্তৰাল]]।
* [[কর্ণকৰ্ণ|কর্ণদ্বয়ৰকৰ্ণদ্বয়ৰ]] দৈৰ্ঘ্য সমান আৰু ই পৰস্পৰক [[দ্বিখন্ডায়ন|দ্বিখন্ডিত]] কৰে।
 
== সংশ্লিষ্ট বহুভুজ ==
* আয়তক্ষেত্রআয়তক্ষেত্ৰ এক ধৰনৰ [[বৃত্তস্থ চতুর্ভুজচতুৰ্ভুজ]]।
* আয়তক্ষেত্ৰৰ [[যুগ্ম বহুভুজ]] হ’ল [[ৰম্বছ]]।
* দৈর্ঘ্যদৈৰ্ঘ্য-প্রস্থপ্ৰস্থ সমান হলে আয়ত [[বর্গবৰ্গ (জ্যামিতি|বর্গতবৰ্গত]] পৰিণত হয়।
* আয়ত বিশেষ ধৰনৰ [[সামান্তৰিক]], কাৰন ইয়াৰ দুই যোৰা সমান্তৰাল বাহু আছে। সামান্তৰিক আৰু ফলত আয়তক্ষেত্রওআয়তক্ষেত্ৰও বিশেষ ধৰনৰ [[ট্ৰেপিজিয়াম]], যাৰ অন্ততঃ এযোৰ বাহু সমান্তৰাল হয়।
 
== বহিঃসংযোগ ==
25 নং শাৰী:
* [http://www.mathopenref.com/rectanglearea.html Area of a rectangle] with interactive animation
 
[[শ্রেণীশ্ৰেণী:বহুভুজ]]
[[শ্রেণীশ্ৰেণী:জ্যামিতি]]
[[শ্ৰেণী:গণিত]]
[[শ্ৰেণী:গণিতৰ ক্ষেত্রসমূহক্ষেত্ৰসমূহ]]
 
[[ab:Акәакьиаша]]