গণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :am, crh, dv, gan, haw, hif, lo, mr, my, new, nrm, nv, pag, pnb, ps, roa-rup, sa, si, sm, srn, stq, wuu, za পৰিবৰ্তন কৰিছে: af, als, an, ang, ar, arz, ast, ay, az, ba, bar, bat-sm...
র -> ৰ
1 নং শাৰী:
{{stub}}
[[চিত্রচিত্ৰ:Euclid.jpg|thumb |[[ৰাফেল|ৰাফেলৰ]] কল্পনাত ৩য় শতাব্দীৰ বিখ্যাত গণিতবিদ [[ইউক্লিড]], [[দ্য স্কুল অফ এথেন্স]] ছবিৰ অংশবিশেষ।<ref>No likeness or description of Euclid's physical appearance made during his lifetime survived antiquity. Therefore, Euclid's depiction in works of art depends on the artist's imagination (''see [[Euclid]]'').</ref>]]
 
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে '''[[গণিত]]''' বোলা হয় । অন্য কিছুমানৰ মতে গণিত হ'ল "[[জ্যামিতি|চিত্ৰ]] (figure) আৰু [[সংখ্যা|সংখ্যাৰ]] (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা । গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গি মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। [[গণিতৰ দৰ্শন|বিধিগত]] (formal) দৃষ্টিকোণ মতে গণিত হ'ল [[প্ৰতীকী যুক্তিবিজ্ঞান|যুক্তিবিজ্ঞান]] (logic) আৰু বিশেষ [[গাণিতিক প্ৰতীক-চিহ্নাদি|প্ৰতীক-চিহ্নাদি]] (notation) ব্যবহাৰ কৰে [[স্বতঃসিদ্ধ]]-ৰূপে সংজ্ঞায়িত [[বিমূৰ্ত গঠন|বিমূৰ্ত গঠনসমূহৰ]] (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক [[গণিতৰ দৰ্শন|বাস্তবতাবাদী]] (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে৷ অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।
10 নং শাৰী:
-->
 
[[চিত্রচিত্ৰ:GodfreyKneller-IsaacNewton-1689.jpg|thumbnail|right|[[আইজাক নিউটন]] (১৬৪৩-১৭২৭), কেলকুটাৰৰ জনক]]
 
== গণিতৰ ইতিহাস ==
16 নং শাৰী:
ইংৰাজী "mathematics" শব্দটো Greek: μάθημα (máthēma "knowledge, study, learning") শব্দৰ পৰা আহিছে যাৰ অৰ্থ "বিজ্ঞান, জ্ঞান, বা শিক্ষণ"; μαθηματικός (মাতেমাতিকোস)-ৰ অৰ্থ "জ্ঞানপিপাসু"। বৰ্তমানে "mathematics" বা গণিত বুলি ক'লে পৰিমাণ, সংগঠন, স্থান আৰু পৰিবৰ্তনৰ গৱেষণাভিত্তিক বিশেষ ধৰণৰ জ্ঞানক বুজাই।
=== ইতিহাস আৰু গণিতবিশ্ব ===
[[চিত্রচিত্ৰ:Kapitolinischer Pythagoras adjusted.jpg|thumbnail|left|বিখ্যাত গ্রীকগ্ৰীক গণিতবিদ [[পাইথাগোৰাছ]] (৫৭০-৪৯৫ খৃষ্টপূর্বখৃষ্টপূৰ্ব)]]
{{empty section}}
 
=== প্রাচীনপ্ৰাচীন বেবিলনৰ গণিত ===
{{empty section}}
 
=== প্রাচীনপ্ৰাচীন মিছৰীয় গণিত ===
{{empty section}}
 
29 নং শাৰী:
{{empty section}}
 
== গণিতৰ প্রধানপ্ৰধান ক্ষেত্রসমূহক্ষেত্ৰসমূহ ==
{{empty section}}
 
41 নং শাৰী:
{{empty section}}
 
=== পৰিবর্তনপৰিবৰ্তন ===
{{empty section}}
 
"https://as.wikipedia.org/wiki/গণিত"ৰ পৰা অনা হৈছে