দিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :bn:দিন
র -> ৰ
1 নং শাৰী:
এটা '''দিন''' হ’ল সময় নিৰূপনৰ এক একক।
 
=== সমার্থকসমাৰ্থক শব্দ ===
দিবা, দিৱস, অহ্ন, [[প্রহৰপ্ৰহৰ]]
 
== জ্যোতির্বৈজ্ঞানিকজ্যোতিৰ্বৈজ্ঞানিক সংজ্ঞা ==
[[চিত্রচিত্ৰ:Sidereal_day_%28prograde%29.png|thumb|1-->2=নক্ষত্রনক্ষত্ৰ দিন, 1-->3=সৌৰদিন]]
 
[[জ্যোতির্বিজ্ঞানজ্যোতিৰ্বিজ্ঞান|জ্যোতির্বিজ্ঞানেজ্যোতিৰ্বিজ্ঞানে]] [[আহ্নিক গতি|আহ্নিক গতিৰ]] এক আৱর্তনআৱৰ্তন পূর্ণপূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে [[সূর্যসূৰ্য|সূর্যৰসূৰ্যৰ]] আপেক্ষিকবাদ সংজ্ঞাত ক’লে [[সৌৰদিন]] ([[:en:solar day|solar day]]) যিটো [[বার্ষিকবাৰ্ষিক গতি|বার্ষিকবাৰ্ষিক গতিৰ]] কাৰণে [[নক্ষত্রনক্ষত্ৰ দিন|নক্ষত্রনক্ষত্ৰ দিনৰ]] ([[:en:sideral day|sideral day]]) পৰা এটা দিঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।
 
ভাষাগত ভাবে দিনৰ সূর্যৰসূৰ্যৰ পোহৰেৰে [[পোহৰ|আলোকিত]] অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ [[ৰাতি]] (ৰজনী)। সেই ক্ষেত্রতক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়|
 
== অন্যান্য সময় এককৰ সৈতে সম্পর্কসম্পৰ্ক ==
২৪ [[ঘন্টা|ঘন্টাই]] (৮৬,৪০০ [[ছেকেণ্ড|ছেকেণ্ডত]]) এটা দিন হিচাপে ধৰা হয়।
* ১৫ দিনত এক [[পক্ষ]] বা [[পষেক]] হয়।
17 নং শাৰী:
* ৩৬৫ দিনত এক [[বছৰ]] হয়।
 
[[শ্রেণীশ্ৰেণী:সময়]]
[[শ্রেণীশ্ৰেণী:সময়ৰ একক]]
 
 
"https://as.wikipedia.org/wiki/দিন"ৰ পৰা অনা হৈছে