দিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
| -> ।
9 নং শাৰী:
[[জ্যোতিৰ্বিজ্ঞান|জ্যোতিৰ্বিজ্ঞানে]] [[আহ্নিক গতি|আহ্নিক গতিৰ]] এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে [[সূৰ্য|সূৰ্যৰ]] আপেক্ষিকবাদ সংজ্ঞাত ক’লে [[সৌৰদিন]] ([[:en:solar day|solar day]]) যিটো [[বাৰ্ষিক গতি|বাৰ্ষিক গতিৰ]] কাৰণে [[নক্ষত্ৰ দিন|নক্ষত্ৰ দিনৰ]] ([[:en:sideral day|sideral day]]) পৰা এটা দিঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।
 
ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে [[পোহৰ|আলোকিত]] অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ [[ৰাতি]] (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়|বুজায়।
 
== অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক ==
"https://as.wikipedia.org/wiki/দিন"ৰ পৰা অনা হৈছে