জ্যামিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
1 নং শাৰী:
{{cleanup}}
{{পোখালি}}
'''জ্যামিতি''' ({{lang-en|[[:en:Geometry| Geometry]]}}, {{lang-grc|''γεωμετρία''}}; ''[[wikt:γῆ|geo-]]'' "earth", ''[[wikt:μέτρον|-metria]]'' "measurement") [[গণিত|গণিতশাস্ত্ৰৰ]] অন্তৰ্ভুক্ত এটা শাখা । এই বিষয়ত আকৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়। জ্যামিতিক স্থান বা জগতৰ (space) বিজ্ঞান হিছাপে গণ্য কৰা যায়। [[পাটীগণিত|পাটীগণিতত]] যিদৰে গণনা সংক্ৰান্তীয় আমাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰা হয়, তেনেদৰে জ্যামিতিত স্থান বা জগতৰ বিষয়ে আমি অভিজ্ঞতাৰ বৰ্ণনা আৰু ব্যাখ্যা লাভ কৰো। প্ৰাথমিক জ্যামিতিৰ দ্বাৰা আমি দ্বি-মাত্ৰিক বিভিন্ন আকাৰৰ [[ক্ষেত্ৰফল]] আৰু [[পৰিসীমা]] আৰু ত্ৰিমাত্ৰিক বস্তুসমূহৰ পৃষ্ঠতলৰ ক্ষেত্ৰফল আৰু [[আয়তন]] নিৰ্ণয় কৰিব পাৰো।
 
== জ্যামিতিৰ বিশ্লেষণৰ পদ্ধতি ==
75 নং শাৰী:
 
[[শ্ৰেণী:গণিত]]
[[শ্ৰেণী:জ্যামিতি| ]]
{{Link FA|ia}}
 
"https://as.wikipedia.org/wiki/জ্যামিতি"ৰ পৰা অনা হৈছে