ৰাজ্যসভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
[[Category:ৰাজনীতি বিজ্ঞান]]
[[শ্ৰেণী:ভাৰত]]
[[শ্ৰেণী:ভাৰতৰ ৰাজনীতি]]
[[Image:Rajyasabha.jpg|right]]
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক [[ভাৰতৰ ৰাষ্ট্ৰপতি|ৰাষ্ট্ৰপতি]]য়ে মনোনিত কৰে, বাকীসকলক ৰাজ্যবোৰৰ [[বিধানসভা]]ৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ [[ভাৰতৰ প্ৰধান মন্ত্ৰী | প্ৰধান মন্ত্ৰী]]ৰ পৰামৰ্শ মতে মনোনীত কৰে । বাকী নিৰ্বাচিত সদস্যসকলৰ যোগ্যতা হিচাপে তেওঁলোকৰ বয়স নুন্যতম ৩০ বছৰ হ’ব লাগিব আৰু ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক ।
"https://as.wikipedia.org/wiki/ৰাজ্যসভা"ৰ পৰা অনা হৈছে