তৰল পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :vec:Lìquido
No edit summary
1 নং শাৰী:
[[Image:2006-01-14 Surface waves.jpg|thumb|300px|জুলীয়া পদাৰ্থ পানীত সৃষ্টি হোৱা তৰংগ]]
'''জুলীয়া''' হৈছে [[পদাৰ্থ]]ৰ তিনিবিধ ধ্ৰুপদী অৱস্থাৰ এটা (আন দুটা হৈছে [[কঠিন]] আৰু [[গেছীয়]])। গেছৰ দৰে জুলীয়া পদাৰ্থয়ো প্ৰবাহীত হ'ব পাৰে আৰু যি পাত্ৰত থোৱা যায় তাৰ আকাৰ ল'ব পাৰে।
কিছুমান জুলীয়া পদাৰ্থক সংকোচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থ পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক [[ঘনত্ব]] ৰক্ষা কৰি চলে।
 
 
{{Stub}}
 
[[শ্ৰেণী:বিজ্ঞান]]
 
[[af:Vloeistof]]