ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
5 নং শাৰী:
দুটি [[বিন্দু]]ৰ সংযোগৰ ফলত '''ৰেখা''' ([[ইংৰাজী ভাষা|ইংৰাজী ভাষাত]]: Line)-ৰ সৃষ্টি হয়। অন্যভাবে ক’লে বিন্দুৰ গতিশীল পথকেই ৰেখা বোলা হয়। এই গতিশীল পথটি যেতিয়া পোণ বা সৰল হয় তেতিয়া তাকে সৰলৰেখা বুলি কোৱা হয় আৰু যেতিয়া পথটো বেঁকা হয় তেতিয়া যি পথৰ সৃষ্টি হয় তাক বক্ৰৰেখা বুলি কোৱা হয়।
 
ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰ তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত [[ত্ৰিভূজ]], [[চতুৰ্ভূজ]], [[আয়তক্ষেত্ৰ]], [[ৰম্বছৰম্বাছ]], [[সামান্তৰিক]], [[পঞ্চভূজ]] ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত [[বৃত্ত]], [[উপবৃত্ত]], [[অধিবৃত্ত]] ইত্যাদি তৈয়াৰ কৰা হয়।
 
চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ব্যৱহাৰ কৰি শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকণ কৰে।
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে