ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সম্পাদনা সাৰংশ নাই
No edit summary
No edit summary
 
==আপুনি যদি এজন পঢ়ুৱৈ==
আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰৱন্ধৰপ্ৰবন্ধৰ সোৱাদ ল'ব পাৰে ।
 
;নির্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান
আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰৱন্ধপ্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা '''অনুসন্ধান''' ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।
 
;অনির্দিষ্ট যিকোনো প্ৰৱন্ধপ্ৰবন্ধ
অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰৱন্ধপ্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা '''যিকোনো প্ৰৱন্ধপ্ৰবন্ধ''' সংযোগটোত ক্লিক কৰক ।
 
;বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান
নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰৱন্ধপ্ৰবন্ধ চাব খুজিলে বেটুপাতৰ '''[[সাঁচ:বেটুপাতৰ বিস্তৃত সূচী|বিষয়সূচী]]'''লৈ যাওক ।
 
;মন্তব্য কৰিবলৈ
যদি আপুনি কোনো প্ৰৱন্ধতপ্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰৱন্ধটোৰপ্ৰবন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।
 
==আপুনি যদি এজন অৱদানকাৰী/সদস্য==
 
* বৰঙণি যোগোৱাৰ আগতে [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া কি নহয়]] আপুনি জনা উচিত ।
* প্ৰৱন্ধপ্ৰবন্ধ লিখোঁতে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] বজাই ৰখাটো প্ৰয়োজনীয়, ইয়াত পক্ষাপাতদুষ্টতা বা [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা আৰু মতামত]]ৰ স্থান নাই ।
* ৱিকিপিডিয়ালৈ আগবঢ়োৱা সকলো অৱদান [[জি.এফ.ডি.এল]]ৰ অধীনত বিনামূলীয়াকৈ প্ৰকাশ হ'ব । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ|স্বত্বাধিকাৰ]] আৰু [[ৱিকিপিডিয়া:প্ৰৱন্ধৰপ্ৰবন্ধৰ অধিকাৰিতা|প্ৰৱন্ধৰপ্ৰবন্ধৰ অধিকাৰিতা]] চাওক ।
* ৱিকিপিডিয়া এটা সহযোগিতামূলক প্ৰকল্প, সেইবাবে [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|সকলো সম্পাদকে]] পাৰস্পৰিক শ্ৰদ্ধা, সাধাৰণ ভদ্ৰতা আৰু [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] গঢ়ি তোলাটো আৱশ্যক । কাৰোবাৰ লগত [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দ|মতানৈক্য]] হ'লে [[ৱিকিপিডিয়া:ভাল ভাৱ ৰাখক|আস্থা ৰাখক]] আৰু মুকলিকৈ [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]] কৰক । কোনো পৃষ্ঠা সম্পাদনা কৰিলে [[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]] উল্লেখ কৰিবলৈ নাপাহৰিব যাতে আনে আপোনাৰ সম্পাদনা/সংযোজনৰ উদ্দেশ্য বুজি পায় ।
* কোনো প্ৰৱন্ধপ্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰৱন্ধপ্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] ।
 
[[শ্ৰেণী:ৱিকিপিডিয়া]]