সুমিত্ৰা মহাজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
35 নং শাৰী:
|constituency_MP8= ইন্দোৰ
|parliament1 = ভাৰত
|birth_date = {{Birth date and age|1943|4|1112|df=y}}
|birth_place = চিপলুন, ৰত্নগিৰী,[[মহাৰাষ্ট্ৰ]]
|death_date =
46 নং শাৰী:
| awards = [[পদ্মভূষণ]] (২০২১)
}}
'''সুমিত্ৰা মহাজন''' ({{lang-en|Sumitra Mahajan}}, জন্ম: ১১১২ এপ্ৰিল ১৯৪৩)<ref>https://india.gov.in/my-government/indian-parliament/sumitra-mahajan-tai</ref> এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু [[লোকসভা]]ৰ ১৬তম অধ্যক্ষ।<ref>http://timesofindia.indiatimes.com/India/Sumitra-Mahajan-elected-Lok-Sabha-Speaker/articleshow/36136781.cms</ref> তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]] দলৰ লগত জড়িত। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ অষ্টম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়। লোকসভাত অষ্টম বাৰৰ বিশ্বে নিৰ্বাচিত হোৱা তেওঁ তিনিজন ব্যক্তিৰ ভিতৰত তেওঁ অন্যতম।<ref>http://www.hindustantimes.com/elections2014/election-beat/more-new-than-old-in-lok-sabha-after-3-decades/article1-1221971.aspx</ref> বৰ্তমানলৈকে তেওঁ সৰ্বোচ্চ কাল সাংসদ পদত থকা মহিলা।<ref>http://daily.bhaskar.com/article/NAT-TOP-sumitra-mahajan-is-the-lady-who-scripted-history-got-her-name-recorded-in-guinne-4616589-PHO.html</ref> তেওঁ [[মধ্যপ্ৰদেশ]] ৰাজ্যৰ ইন্দোৰ লোকসভা সমষ্টিক ১৯৮৯ চনৰ পৰা প্ৰতিনিধিত্ব কৰে আহিছে।
 
তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ মানৱ সম্পদ উন্নয়ন, দুৰসংযোগ আৰু পেট্ৰলিয়াম বিভাগৰ মন্ত্ৰী আছিল।<ref>http://164.100.47.132/lssnew/Members/Biography.aspx?mpsno=220</ref> ১৬ তম লোকসভাৰ নিৰ্বাচিত মহিলা সদস্য সমূহৰ ভিতৰত তেওঁ আটাইতকৈ জ্যেষ্ঠ। তেওঁ [[মীৰা কুমাৰ]]ৰ পিছত দ্বিতীয় লোকসভাৰ মহিলা অধ্যক্ষ। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান [[পদ্মভূষণ]] প্ৰদান কৰে।<ref>{{cite web | url=https://pib.gov.in/PressReleasePage.aspx?PRID=1692337 | title=Padma Awards 2021 announced | publisher=Ministry of Home Affairs | accessdate=26 January 2021}}</ref><ref>{{cite web | url=https://timesofindia.indiatimes.com/india/shinzo-abe-tarun-gogoi-ram-vilas-paswan-among-padma-award-winners-complete-list/articleshow/80453596.cms | title=Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list | publisher=The Times of India | date=25 January 2021 | accessdate=25 January 2021}}</ref>