লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
77 নং শাৰী:
'''লাচিত বৰফুকন''' বা ''' চাও লাচিত ফুকনলুং''' ({{lang-en|Lachit Borphukan}}) আছিল অসম ৰাজ্যৰ নৱমজন বৰফুকন বা ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল [[মোগল]] সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল।<ref>{{Cite web |date=2022-03-03 |title=Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat |url=https://indianexpress.com/article/explained/explained-ahom-warrior-lachit-borphukan-and-the-battles-of-alaboi-saraighat-7791371/ |access-date=2022-07-16 |website=The Indian Express |language=en}}</ref> [[শৰাইঘাটৰ যুদ্ধ]]ত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে [[অসম বুৰঞ্জী|অসমৰ বুৰঞ্জীত]] তেখেতৰ নাম জিলিকি আছে।
 
লাচিত বৰফুকনৰ বংশ সম্পৰ্কে লাইলিত বুৰঞ্জী আৰু চকৰী ফেঁটী বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে [[চৰাইদেউ|চে-ৰাই-ডয়]] চহৰৰ ছেং-লুঙ-মুঙত হয়। তেওঁৰ পিতৃৰ নাম আছিল ম'ছাই ছেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল তেওঁৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> তেখেতৰ ভাতৃ সমুহৰ নাম চাও মাই-চেও ,চাও ত্যাও ম্যুং ছেঙ,চাও ম'বাও-লাও আৰু চাও লাপেট-লাও, তেখেতৰ ভগ্নীৰ নাম নাং লাইছেং।লাইছেং , তেঁওৰ নামৰে চৰাইদেউ জিলাত লাইছেং গাওঁ নামাকৰণ কৰা হৈছিল আৰু লাচিতৰ বংশধৰ সকল এতিয়া।<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷
 
== লাচিতৰ শিক্ষা গ্ৰহণ ==