জ্যোতিৰ্বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: [[চিত্ৰ:Crab Nebula.jpg|thumb|right|250px|হাবল মহাশূন্য দূৰবীণৰ জৰিয়তে তোলা এটা [[ন...
(কোনো পাৰ্থক্য নাই)

20:02, 16 December 2011ৰ সংস্কৰণ

জ্যোতিৰ্বিজ্ঞান (astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer), আৰু জ্যোতিষশাস্ত্ৰ বিশাৰদসকলক জ্যোতিষী (astrologer) বোলা হয়|